পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

38 হৰি সেৱকৰ মায়া মোহে ভয় নাই॥ এতেকে মুকুতি বানপ্ৰস্থ পৰিহৰা। যত ফল মূল বিদুৰ বচন নিতে হৰিসেৱা কৰা॥ ১৭৪ কিছুক্ষণ গুণি ব্যাস মহামতি মনত তৃপিতি নাই। সমস্ত বেদৰ মৰ্ম্ম। চতুৰ্ব্বৰ্গ লাগি শুনাহ৷ প্ৰাণ ভৈন্নাই॥ নৰজন্ম পাই জানি নৰপতি হৰিৰ কৃপাত চতুৰ্ব্বৰ্গ মহাফল। ইহ পৰকাল গৃহতে ভুঞ্জিয়া শুনা সভাসদ বোলে হেন বাণী শুনি ধৃতৰাষ্ট্ৰ সিটো মনুষ্যৰ ধৰ্ম্ম। ১৭৫ কলিত পৰম কহিল৷ প্ৰকটি যিবা কৰ্ম্ম কৰে জনম ভৈল বিফল॥ যিটো নসাধয় দৈৱেসে বঞ্চিা মুখত নেৰিবা নাম। তৰিবা আপদ ধৰ্ম্ম অনুপাম ঘোষিয়াক ৰাম ৰাম॥ ১৭৬ মহাভাৰত পদ ধৃতৰাষ্ট্ৰ বোলে কথা শুনাহা বিদুৰ। বানপ্ৰস্থে থাকিবোহে! বনৰ ভিতৰ॥ অনুক্ৰমে ক্ষুধা তৃষ্ণা কৰি নিবাৰণ। কায় মন বাক্যে চিন্তিবোহো নাৰায়ণ। ১৭৭ গৃহাশ্ৰমে হেন শক্তি নহৈব আমাৰ। এহি হেতু বৰ্ণাশ্ৰম মোৰ হৌক সাৰ। সিংহ বাঘ ঘোঙ্গ আদি পশুগণ যত। সৰ্প ফীট পটঙ্গম আছয় বনত॥ ১৭৮ সিসবক ভয়ে কিবা বনক নযাইবে॥ যেহি হৈবে লাগে তাঙ্ক কিমতে এৰাইবো॥ সৰ্ব্ববিঘ্ন বিনাশন দৈৱকীনন্দন। তাহানে চৰণ সদা কৰিবো বন্দন॥ ১৭৯ কৃষ্ণপদ হৃদি যিটো কৰিলে আশ্ৰয়। তাৰ কি যাসনা আৰে৷ থাকিবে পায়। হেন জানি বাপ মোক বাধা নকৰিবা। যোহোৰ নিমিত্তে দুধ শোকক তেজিবা। ১৮০ এতেক সুদৃঢ় বাক্য শুনিয়৷ ৰাজাৰ। বিদুৰে বুলিল৷ পাচে জুৰি দুই কৰ॥ শুনিয়োক মহাৰাজ বচন সম্প্ৰতি। কৰিয়োক আৱে যিটো কাৰ্য্য হোৱে প্ৰীতি॥১৮১ দৃঢ়চিতে বানপ্ৰস্থ কৰিলা আশ্ৰয়। তোমাক বাধিবে পুনু মোৰ মুযুৱায়। আমাৰে৷ আছয় মনে হেন অভিলাষ। তোমাৰ লগতে খাটিবোহে! বনবাস॥ ১৮২ ৰাজবেশ এৰি লোৱা তপস্বীৰ বেশ। অনন্তৰে দিয়া তুমি আমাক আদেশ!! ধৰ্ম্ম নৃপতিক বুজায়া পূৰ্ব্বাপৰ। তান্তে অনুমতি লৈয়া চলা নিৰন্তৰ॥ ১৮৩ ধৰ্ম্মপুত্ৰ যুধিষ্ঠিৰ ধৰ্ম্মৰ মূৰুতি। সজাইল হস্তিনাপুৰ কৰি পৰিপাটি॥ দৰিদ্ৰ প্ৰজাৰ নলৱম্ভ কৰ ভাৰ। পূজ! ব্ৰত হোম দান কৰে নিৰন্তৰ। ১৮৪ নাহি ৰাজ্যে চোৰ দস্থ্য দুৰ্জ্জন তঙ্কৰ। নৰনাৰী প্ৰশংসয় ধৰ্ম্ম যুধিষ্ঠিৰ প্ৰভাত সময়ে ৰাজা কৰি গঙ্গা স্নান। কৃষ্ণপদ চিন্ত৷ কৰে ধৰি মহাধ্যান॥ ১৮৫ পাচে ঋষিসমূহক কৰিয়া বন্দন। আঞ্জলি ভৰিয়া কৰে স্মৰণক দান॥ তাৰ পাচে মাত্ৰ মিত্ৰসবক, সপ্তাখি। অভ্যন্তৰে প্ৰবেশিলা ধৰ্ম্ম মহাযশী। ১৮৬ মাতৃপদৰেণু লৈলা শিৰত তুলিয়া। তাৰ পাচে থাকে ৰাজ। গনত গুপিয়া।