পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰূপে বুলিলে৷ মই মোহ ভঙ্গ হই। দুষ্কাৰ্য্যৰ পৰিক্ৰিয়া এৰণ নযায় ॥ এবে মই কৃত পাপ প্রায়শ্চিত লাগি। ভৈলোহে৷ যতেক দুষ্কৰ্ম্মৰ দোষভাগী ॥ ১৬৩ দুই চক্ষু অন্ধ মোৰ নাহি দৃষ্টি যোগ । যদি বন্য জন্তুয়ে মোহোক কৰে ভোগ ॥ কিবা ৰন ফল-মূল বিচাৰি নপাই । অনাহাৰে মৰো মই মহা দুখ পাই ৷ ১৬৪ তথাপিতো জানিব৷ সাৰ্থক মোৰ প্ৰাণ। তিলে তিলে টুটে আয়ু কেদিন জীৱন পাত্র মিত্র সকলোৱে দিয়া অনুমতি। অনন্তৰে হৌক মোৰ বনবাসে গতি ॥ ১৬৫ সজ্জন সম্মত আৰে। শাস্ত্ৰৰ বিচাৰ । হৰি ভকতিসে কৰে জীৱক উদ্ধাৰ ॥ আৰক প্ৰাৰৰ কৰ্ম্মফল যত যত । সধে নাশ হোৱে জানা ভক্তিৰ বলত ॥ ১৬৬ জানি আন ধৰ্ম্মাধর্ম্ম কৰি পৰিহাৰ। কৃষ্ণ পাদপদ্ম সেৱা মনে কৰা সাৰ ৷৷ ই কাৰণে কেহোজনে নবাধিব! মোক । সবাহাৰ আশীৰ্ষত বৈৰাগ্য মিলোক ৷৷ ১৬৭ শুনি সমজ্যাৰ মনে বিস্ময় মিলিল । পুনৰপি প্ৰিয় বাক্য বিদুৰে বুলিল ৷৷ ১৬৮ দুড়ী মোৰ যেন হিত বাক্য । বিদুৰে বোলয় বানপ্রস্থী হই সিংহৰ নাদত থাকিবে তুমি অশক্য ॥ আশ্রমিক পৰ্ব্ব শুনা মহাৰায় মহিষ বৰাহু অৰণ্যত ৰই মাতঙ্গে গর্জ্জে ভয়ত । গিৰি চমকিত বাঘ ঘোঙ্গ আদি আছে পশু শত শত ॥ ১৬৯ আছে বিহঙ্গম হস্তীকে৷ গিলয় ঠোটে । গুগুকুৰি পোক ভয়ঙ্কৰ সৰ্প সিংহৰো পৰাণ ছুটে সেহিসবে তৈত মহা মহা বলীয়াৰ । আনো নান৷ যত কীট অসংখ্যাত আছে শত্ৰু মনুষ্ণৰ ৷ ১৭০ হেন অৰণ্যত বিড়ম্বিল বিধি সেন্থৰে প্ৰাণ নৰহে । গৈয়া বনবাস ফুৰিবাহা কোন সাহে শুনত্তে আমাৰ দেখি যম সম ৰাজা যুধিষ্ঠিৰ যদি দংশিলেক শৰীৰ দুৰ্ব্বল আতি। যত বৰ্ণাশ্রম দেখি হৰে দৰ্প নকৰিবা কুৰুপতি ৷৷ ১৭১ শক্তি অনুসৰি মিলাইবে বিঘাত হৰিত ভকতি গুণি চাহা পূৰ্ব্বাপৰ ৷ বঞ্চিবা কিমত কায় মন বাক্যে নাহি একো সিদ্ধি তেজিবেক ৰাজ্যভাব ॥ শাস্ত্ৰৰ স্বৰূপ বাণী। উগ্র তপ দান আমাক নৈৰাশ হৰিত ভকতি অতি মন্দগতি হৃদয় বিকল শোক পায়৷ বৰ আচৰিষে সব প্রাণী # ১৭২ সংযম নিয়ম নবাছে অজাতি জাতি। ভোগে ত্যাগ কৰি সমস্তৰে প্ৰীতি মিলাৱে মহা মুকুতি ॥ নাম হুমৰস্তে সকামীৰ কাম্য ফল। ধ্যান তীর্থস্থান সবাতো উত্তম মঙ্গলৰো হুমঙ্গল ॥ ১৭৩ সংসাৰ তৰ হৰি নাম মুখে গাই।