পৃষ্ঠা:ৰেণু.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

ঠুনুকী।

গাৰোৰ জীয়ৰী  গাভৰু ঠুনুকী,
 মাকৰ চকুৰ মণি
দেখনে শুৱনে  গাৰো পাহাৰত
 নাছিল তেনে দুজনী।

খেলাত ছোৱালী  ঘৰুৱা কামত
 হাৰ মানে বয়সীয়া
স্বভাব চৰিত্ৰে  তেনে নিৰমল
 টান দ্বিতীয়টি পোবা।

৪৭