পৃষ্ঠা:ৰেণু.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেণু


মালতী, মালতী , সংসাৰ নহয়
 তোমাৰ আচল ঠাই,
ফুলৰ লগত ৰোবাঁ স্বৰগত,
 কাৰো হাত 'তাত নাই।

৪৬