অঞ্জলি
ধনেৰে কৰিলা স্বদেশ চহকী, মনেৰে মনক কৰিলা জয়; দানেৰে তুমি যি খিয়াতি ৰাখিলা নজহে নপমে নপৰে ক্ষয়। অহা নাই কোন, যোৱা নাই কোন, সকলো আহিছো সকলো যাম; তুমিও আহিলা তুমিও গলাগৈ তথাপি তোমাক ইয়াতে পাম।[১]
[ ২৯ ]