সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৬৩ জয়ন্তী। যাক তুমি ফলনীত কটাক্ষ ৰূপ অস্ত্ৰ প্ৰহাৰ কৰিছিলা, সেই অস্ত্ৰাঘাতত জৰ্জ্জৰিতা, হৰিণীটীক ময় কত যত্নে ৰাখিছোঁ। ব্যাধে ঔষধ নিদিলে তাৰ ঔষধ কোনে দিব? নামী। সখি! কটাৰি নাই কিহেৰেনো কাটো। জীকাফলীক মাতা কটাৰি খন লই অহক। জয়ন্তী। সখি! বছৰি হলানে কি? নবমী। কেনে? জয়ন্তী। দাঁতেৰে কাটি দিয়া। নবমী। অকল তোমাক পাৰোঁ। ( ৪৫ ) ৰাম। অনগ্ৰহ কৰি দিলে আমিও সেই মাখামতে পাবৰ অভিলাষ কৰোঁ। তেও নহলে—এই কটাৰি আছে—নিয়া। এই খন তেওঁৰ তামোল কটাৰ বেচ! মোলৈ এজন বন্ধ,য়ে অনেক দদূৰৈৰ পেৰা পঠাই দিছিল। জয়ন্তী। সখি! হাত মৌল কটাৰিখন লোয়া। নবমী। তুমি লোয়া। জয়ন্তী। ময় তোমাৰ বস্তু কিলম? যোয়া সখি! ঘোয়া ছিঃ (নবমীৰ কম্পন ) ছিঃ সখি যোয়া। ( টানি পঠিওয়াত নবনী অগত্যা গই কটাৰি খন ললে )। নবমী। ( লওঁতে স্পৰ্শ সখে অনভব কৰি ) ধন্য এনে সখ কত আছে? এই সংখ চিৰকাল যেন থাকে। হে ঈশ্বৰ! (তদনন্ত্ৰৰ তামোল কাটি ) সখি নিয়া। জয়ন্তী। তুমি দিয়া। ই তোমাৰ ঘৰ নহয়নে? ময় হে দিব পাঁও তুমি নেপোয়া নে? মোৰ হে ঘৰনে মোৰ হে আলহিনে? নবমী। (অগত্যা তামোল দি ) সখি! ময় এতিয়া যাওঁ। এবাৰ বাহিৰলৈ নগলে নহয়। মোৰ বৰকৈ গা পাৰিছে। জয়ন্তী। ( ৰামচন্দ্ৰৰ প্ৰতি ) বপা! ময় তোমাক মোৰ এই সখি নবমীক গতাই দিলো। তুমি এওঁয়ে সইতে কথা বাৰ্ত্তা কোয়া। কিন্তু দইতো কইছোঁ দাইতো দাইৰো যেন প্ৰেম প্ৰীতি থাকে। অন্যৰূপ যেন নহয়, মান, হে ষি কয় কওক। যদি অন্যহে হয় তেন্তে ধৰ্মৰ আগত তিনিৰো পতিত