সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৬১ নিগ৷ তয় তেনেহলে জহৰা? মঙ্গল। তয় হে জহৰা, সাপেহে সাপৰ ভৰি দেখে। মোকো জহৰা হেন দেখিছ। নিগ। কটা! ই মান, হটো বৰ দুষ্ট। হৰনাথৰ প্ৰবেশ। তয় জহৰা সেই দেখি৷ হৰনাথ। নিগদতি তয় ঘৰলৈ যা। ঘৰত কোনো নাই। ময় এই ফালৰ পেৰা আহোঁ। মঙ্গল। ভাল সাৰিলি যা বাপেকে।—এই কথাটোৰ কাত শোধোঁ। কি কৰোঁ। যা৷ ঘৰলৈকে যাওঁ। চতুৰ্থ দৰ্শন জয়ন্তীৰ শয়নাগাৰ। (ইতি প্ৰস্থান।) (৪২) সম্ভেদ নললে নহয়। (ইতি প্ৰস্থান ) জয়ন্তী আৰু হাতত জপা সহিতে নবমীৰ প্ৰবেশ। নামী৷ সখি! কেতিয়ানো? জয়ন্তী। সখি! ব্যস্ত হোয়ানো কিয়? অলপ ধৈৰ্য্য ধৰা। নামী। সখি মোৰ আজি পিন্ধিব উৰিবলৈ বৰ ইচ্ছা গইছে হেন পাইছোঁ। জয়ন্তী। সখি! আহাঁ! তেনেহলে তোমাক আয়তিৰ দৰে কাপোৰ চাপোৰ পিন্ধাই দিও গই। নামী। ময় মোৰ সকলো অলঙ্কাৰ লগত লই আহিছোঁ। তুমি মোক পিন্ধাই দিয়া মাঠে। জয়ন্তী। বাৰু তোনেহলে মৰে মেলোয়া। ময় সাজটো লই আছোঁ। (জয়ন্ত্ৰীৰ প্ৰস্থান। ) নৰ্মী। আজি মোৰ এনে আশা হইছে! ইমান দিন চলি কেডাল ভেকুৰা পৰি আছিল। হাত কাণ শদা (৪৩) আছিল; আজিহে এনে ইচ্ছা হল। আহা! সম্ভোগ কেনে সংখভোগ। এনেৰ পৰা যি আমাক বঞ্চিত কৰিব খোজে তাৰ সৰ্ব্বনাশ হওক। ( অলঙ্কাৰৰ প্ৰতি ক্ৰমে ক্ৰমে দৃষ্টি কৰি ) এই খাক! এই মণি! এই মাদলী! এই বাজন! এই সিতিপাতী। এই জনৰে! এই থৰীয়া! আহা! দেউতায় অনা এই চুৰী। এই নথ!