সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CO ৰামনবমী নাটক বণিয়া কুকুৰৰ পাতেকে কামসেন্দৰে নিদিলে। বোলে হেনে নাই। পোয়া হলে কথাই আছিল। হৰপ্ৰিয়াৰ প্ৰবেশ। হৰপ্ৰিয়া। নবমী আইটীৰ গা বেয়া আছিল বোলে। বাৰু হইছেনে? মঙ্গল,। অলপ কৰিছে হেন দেখিছোঁ আই। হৰি। আইৰ আগত কবি কেইখন মান শত্ৰু সতাৰ চেলেঙ্গ লগাইছো কিনে যদি কিনিব। মঙ্গল,। বাৰু আই! কম। ( হৰপ্ৰিয়াৰ প্ৰস্থান। মঙ্গল। কি ষ,তিয়েৰেনো এই কথাৰ সম্ভেদটো লও। ময় কোন ৰূপে পাঁও নিগদতিৰ প্ৰবেশ। নিগদতি। হেৰ তই কোন অ। এইদৰে বাটে বাটে বলকি যাব ধৰিছ? (৪১) মঙ্গল। কিয় দেখা নাইনে? মানহে। দখেন হাত, দুখন ভৰি, দখন কাণ, এটা নাক, দুটা চকু আছে। দেখা নাইনে। এই মান,হটী বাৰু। দেখিও নেদেখে! নিগ। বোলোঁ তয় কত থাক! মঙ্গল,। কিয় মাটীৰ ওপৰত, আকাশৰ তলত, খাটাৰ কাণত কেতিয়াবা বা ঘৰৰ ভিতৰত, কেতিয়াবা বাহিৰত। নিগ। তোৰ ঘৰ কত! মঙ্গল, মাটীৰ ওপৰত। আগৈয়ে কনা বালিহে জানিছিলোঁ। এতিয়া- জানিলো তই কলাও! এতিয়াই দেখোঁ কলোঁ না,শানিলিনে? কটা ইও এটা মানহে। খাইনে চাই। নিগ। কাৰ ঘৰত থাক? মঙ্গল,। তাকে নকয় কিয়? শিবকান্ত ডাঙ্গৰীয়াৰ ঘৰত। নিগ। তয় কাৰ পুতেক? মঙ্গল,। আইৰ। নিগ। আইৰ পাতেক! ই কি তা? মঙ্গল,। ইয়াকে বাজিৰ নোয়াবিলি। মোৰ জানো বোপাইৰ ঠিকনা আছে? কাৰ নামনো কম?