সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫০ ৰামনবমী নাটক (স্পষ্টকৈ ) বাই সখীউক আহিল নে। নাই যদি মাতি আন। সৌ সিফালে গইছে। 'জয়ন্তী আৰু উৰ্ধ্বশীৰ প্ৰবেশ। পেলনী। আইটী আহ। সখীয়েৰহত আহিল। যাঁও আহ। নবমী। ( মনে মনে ) অইন দিনা বাইৰ কথা শুনিলে কাণত মধ, হেন লাগে আজিনো এনে কাঠ হেন লাগিছে কিয়? ( স্পষ্টকৈ ) বাৰু বল। ( এই বদলি দোখোজ মান কাঢ়ি ) বাই ময় যাব নোয়াৰোঁ মোৰ ভৰিত কাঁইটে ফাটিছে। এই বালি চাপৰি ভৰি চাবৰ নাম কৰি ৰামৰ ফালে দৃষ্টি কৰি, বাই! মোৰে শপত আহ। কাঁইটটো উলিয়াহি। পেলনী। এঃ তোৰ আকৌ ভৰিত কাঁইট ফাটিল৷ মোৰ জানো চকু আছে, তোৰ কাঁইট উলিয়াব। জয়ন্তী আইটী! সখীয়েৰৰ ভৰিত হন, কাঁইট ফ, টিছে উলিয়াহি। ৰাম। ( মনে মনে ) এই চোয়ালীটীৰ অবশ্যে মোৰ প্ৰতি কিবা স্নেহ হইছে, নতুবা এনে বাগতি কিয় কৰিব? দেখা চোন? কেনেকেই সময়ে সময়ে মোৰ ফালে চাইছে। জয়ন্তী। সখি চাঁও কত কাঁইট ফ টিছে। ( এই বলি ভৰি চাই কাঁইট নেদেখি ) কতা কাঁইট নাই ওলাই পৰিল হবলা। ( ২৬ ) উৰ্ব্বশী। (ৰামচন্দ্ৰৰ প্ৰতি দৃষ্টি কৰি মনে মনে ) অঃ বাজিলোঁ। এওঁৰ কাঁইট ফটো মিচা। এই পক্ষ জনৰ প্ৰতি প্ৰেমৰ ইচ্ছা সৰূপ কাঁইটেইহে এওঁৰ গতি ৰোধ কৰিছে। কিবাহে কথা দেই। (পষ্টকৈ ) সখি। কাঁইট নাই বলা। নবমী। ( মনে মনে ) কি আপদ। ( স্পষ্টকৈ ) বাক সখি বলা ( পথত মনে মনে ) কেনে কেইনো যাওঁ? আহ! মোৰ কি দৰ্ভাগ্য। যে এনে ঠাইৰ পৰা আহিব লাগিব। যি থাকে কপালত সেই হব। ময়নো কেনেকেই এই পষে জনক পাম, যে তেওঁয়ে সইতে দুআষাৰ মান কথা কই তৃপ্তি হম। ময় দেখোঁ বিধবা। ময়তো আৰু অইন পৰুষৰ মুখে চাব নেপাঁও, কিয়নো নেপাঁও ময়তো বিধবা হইছো। হয়। তেও ময় কেতিয়াও ঈশ্বৰৰ নিয়ম পেলাব নোয়াৰোঁ। ৰিপৰ অবশ কেতিয়াও হব নোয়াৰোঁ। এই এই নহয় তাৰ