সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৪৭ নহয়। পানী মিহলে৷য়া যে পাব। মধ্যম ৰূপে জন্যই চুহিলে গৰ পাব। অলপ জনাই চুহিলে লালী গৰ পাব। নজনাই হলে সিটাকো নেপায়। নৰ্মী। কিবা ঠাৰে ঠোৰে কোয়া বাকলি আমি বুজিব নোয়াৰোঁ। ঊৰ্ব্বশী। ( জয়ন্তীৰ প্ৰতি ) তেওঁক এই সকল ৰসিকালী কথা নকবা। কিমান দিন থাকে নজনাকৈয়ে থাওক। জানিলে জেনেহে চোয়ালী কিবা এটা হব। জয়ন্তী। বাৰু? নবমী। সখি! তোমালোকে ইয়াতে থাকা, ময় নাহৰ গছৰ (২১ ) পাত কেইটামান লই আহোঁ গই। ” বিহুৰ দিনা “জৈমিনিশ্চ” লেখিৰ লাগিব। ঊৰ্ধ্বশী। আজি মাঠে শিবৰাত্ৰি, বিহলে ভালে মান দিন আছে। জয়ন্তী। বাৰু যোয়া? আমি সিফালে যাও। ( উৰ্ব্বশীৰ প্ৰতি ) ফৰক দেহি ডুখৰী। ফৰিএই তেও মনৰ হাবিলাষ পলয়াওক। নেপথ্যৰ পৰা। সোণাফলি! তয়ে আব্দ বাইএৰে বেগাই আহ। আইটীহত তাতে থাওক। ঘৰি আকৌ যাবি। পেলনী। আই অ! ভিতৰত আয়ে মাতিছে আমি দইও যাঁও। তয় সখীয়েৰ হতে সইতে উমলি থাক। ময় পিছে আহি লই যাম। ময় নহাকৈ নেযাবি দেই। আই! দেই! নবমী। মোৰে শপত বাই খৰকৈ আহিবি। মোৰ ইয়াত থাকিবৰ মন নেযায়। তেন। তে? সখীউক নহ। হলে নাহিলোঁ হেতেন। হেৰ সোণাফলি! সখউৰু ঘৰলৈ যাব আদ ৰাতিও সাৰে থাকিবলে আহিব। ময় তামোল চামোল কাটি যতনাই থ গই। আৰু কামিনীউৰুৰ তৰপৰা তাছ যোৰ লই আহ গই। সোণাফলি। বাৰু আইদেউ। ( সোণাফলি আৰু পেলনীৰ প্ৰস্থান, উৰ্ব্বশী আব্দ জয়ন্তীৰ অহাদিকে গমন -এবং নবমীৰ ধীৰে ধীৰে নাগেশ্বৰ সমীপেৰে গমন (২২) তৃতীয় দৰ্শন ফলেনীৰ সৰোবৰ। ( এই বিলাকৰ হাইত টোপনী ভাগী আৰু চকু মেলি নংমীক দাৰৈৰ পৰা নিৰীক্ষণ কৰি-সৰ্য উদয় হেন মনে ভাবি। )