সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক কেনে সৰেৰে চৰাই বিলাকে আৰাও কৰিব লাগিছে। ংিলাক ফাটাছে, দেখোঁতেই মনত তৃপ্তি জন্মে। কাম। আহাঁ! কেনে চিকোনে ফলে ৰাম! বন্ধো! সচাঁ কৈছা। এতিয়াহে মোৰ মনটী তালপ ভাল লাগিছে। সেই নাহৰ গছৰ তললৈ যাঁও তাতে বহি তালপ জীৱ ও গই। [ এইগুলি নাহৰ গছৰ তললৈ গল। ] ৰাম। এই ঠাই খৰী বৰ শীতল, মোৰ গাটো প্ৰথমে পাৰিব লাগিছিল! এতিয়াহে শীতল পাইছোঁ। কাম। তুমি ইয়াতে অলপ জীৰোয়া, ময় এহেজাৰ বেলপতি আব্দ কিছুমান ভাল ফল তুলি অনোগই। বাতি পাজা কৰিবলই লাগিব। ৰাম। ৰাৰু যোয়া সোনকালে আহা গই। [ কামদেৱৰ প্ৰস্থান ] ৰাম। স্বগত ) বন্ধ ও গল। মোৰো টোপনী অহে যেন লাগিছে। এফেবি বাগৰ দিও৷ ৰাতি সাৰে থাকিবও লাগিব। পিছে তেওঁ আহি জগাব। আহা! কেনে সন্দেৰ ঠাই! হে জগদীশ্বৰ তুমি সকলোতে তোমাৰ লীলা প্ৰকাশ কৰিছা। হে ঈশ্বৰ! [ ইতি নিদ্ৰা ] (১৭) দ্বিতীয় দৰ্শন প্ৰথমে শিবকান্তৰ বাটী। শেষে ফলনীৰ সৰোণৰ নবমী, জয়ন্তী আৰু উৰ্ব্বশীৰ প্ৰবেশ। নমী। সখি। আজি ব্ৰত কৰিছানে? জয়ন্তী। কৰা নকৰা দইও হল। তেওঁ হলে ব্ৰত কৰিছে। কেইটামান আখই গৰি খলোঁ। নেখালে টানিব নোয়াৰি। ময় ল কাই যিহে চত মহিৰা দিন। নবমী। মোব হলে কৰিবৰ ইছা আছিল। আইয়েহে খয়ালে। শুৰুতে ময় প্ৰতি বছৰে কৰিছিলোঁ। তেওঁ তোমালকে যদি আহাঁ, ৰাতি একেলগে সাৰে থাকিব পাৰিম। ( ঊৰ্ধ্বশীৰ প্ৰতি ) লগ? তুমি ব্ৰত কৰিছানে? ঊৰ্ধ্বশী। এঃ আমাৰ বা কি? বাঁৰি হলোঁ যেতিয়াই খাঁৰি হলোঁ তেতিয়াই। আমি আব্দ শিবৰাত্ৰিৰ ব্ৰত নকৰো। শৰৰে পৰা আজি ওঠৰ চৰ বয়সলৈকে ব্ৰত কৰি ষি ফল পালোঁ সেইয়ে সৰহ হল। আব্দ আমাক নেলাগে। লগ! তোমাক দেখো আগতকই এতিয়া বৰ খিনোয়া দেখিছোঁ।