সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক 80 ৰাম। ছিঃ ৰাম ৰাম! তুমি এনে কথা নোকোয়া বালিহে জানিছিলোঁ। মোৰ কেনে প্ৰভাব তুমি নেজানানে? তেও তুমি এনে কথা কোয়া ইয়াতেহে ময় মৰিছোঁ। কাম। বন্ধো। ময় তোমাৰ ভাব জানো। তেও কালৰ গতি বদজিব নোয়াৰি। কিয়নো একেই যৌবন অতি বিষম কাল, তাতে বসন্ত কাল ইয়াতেহে কওঁ। ৰাম। তেও মোৰ কথা নপতিয়ালানে? [১৫] কাম। ওহো হঠাৎ পতিয়াব নোৱাৰিলোঁ। ৰাম। বাৰু তেনে হলে চাবা। ময় যদি কোনোবা তিৰোতাৰ প্ৰতি আসকতি কৰোঁ তেতিয়া মোৰ নামে কুকুৰ হিবা। ছিঃ বন্ধো। ছিঃ মোক এনে পালানে? দেখিবা দেখিবা! তিৰোতাক কোনে বিশ্বাস কৰে। সাপৰ যেনে দখেন জীবা তিৰোতাৰো সেই ৰূপ। দলিবাৰী পচৰীয়াৰ গাখিৰৰ নিচিনা। গৰুয়ে যেনেকৈ প্ৰতিদিনে ন ন ঘাহ খাব খোজে সিহতো সেই ৰূপ। “বিৰলিয়ে যেনেকৈ পেট ভৰাই উঠি গাৰী এটা দি দোখোজ মান কাঢ়িলে আকৌ সেই দৰে খাবৰ ইচ্ছা কৰে সিহঁতেও খাই উঠি এবেলি গামী দি বাহিৰৰ পৰা আহিলে আকৌ সেইৰূপ ক্ষুধাৰ্ত্তা হয়। সিহঁত চঞ্চল প্ৰকৃতি, এবিধ, গধূলী এবিধ আৰু টোপনী আহিলে এবিধ। সিহঁতত বিশ্বাস নাই। এতেকে তুমি আব্দ সন্দিগ্ধচিত্তা। ৰাতিয়া এবিধ, দপৰীয়া নিশ্চয় জানিবা ময় তিৰোতাৰ জন্য কেতিয়াও তেনে নহও।” কাম। বাৰু তেনে থাকিলে ভাল। কিন্তু তোমাৰ দৰে পথীত পঢ়া জ্ঞানৰ "বাৰাই কোনেও সংসাৰ নকৰি নোয়াৰে। এতিয়া ফলেনীৰ সৰোবৰ ফৰি আহোঁগই বলা। তাৰপৰা আহি পূজা কৰি একে লগে সাৰে থাকিম। ঘিনাই, মকুন্দ এওঁ বিলাকো আহিব খুজিছে চৌপট অথবা তাছ খেলিম। ৰাম। আহাঁ, কিন্তু মোৰ হলে একোতো ভাল নালাগে। যাবৰ মন নগলেও তুমি কিবা বোলা বালি যাব লাগিব। এইবদলি ফালনীলৈ গমন [ ১৬ ] (বাদ্য ভাণ্ড ) ফলনীত উপস্থিত হই সৰোবৰ দেখি। কাম। বন্ধো! আহা! এই সৰোবৰটী কেনে সন্দেৰ। ইয়াৰ চাৰিওফালে