সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৩৯ মোক কিমান বস্তু লাগে নে জাননে? মঙ্গল,। কি বস্তুনো, আই! আমি শনিব নেপাওঁনে? সয়ন্দ্ৰী। তোৰনো শুনিলে কি হব। মঙ্গল, সয়ন্ত্ৰী। ময় তোমাক জানো। তেওঁ আই কালৈনো? কি বস্তু? তাকনো তয় কিয় শোধ? আজি কালি মোৰ ঠেঙ্গত শৰণ লোৱা মানহৰহে একাল লাগিছে। মঙ্গল,। তেওঁ আই! কোয়া চোন কিনো? কালৈ? সয়ন্ত্ৰী। কাম সেন্দৰে। মঙ্গল,। ইয়াৰেনো কি হয়? সয়ন্দ্ৰী। পৰৰ তিৰোতা আৰু পৰ মনিহ দ,ইকো লগ লগাব পাৰি। মঙ্গল,। কালৈনো আই! মোৰ বধে চুব কোয়া? সয়ন্ত্ৰী। ঐ! আই! কি মানহ অ এইটো? তয় কাৰো আগত নক যদি কব পাৰোঁ। মঙ্গল,। বাৰু আই! গৰুৰ শপত খাইছো নকওঁ। কোয়া আই! সয়ন্দ্ৰী! ৰাম! ৰাম। এনে শপত খাব পায় নে! বাৰু কওঁ শুনে, তহঁতৰ ঘৰত যে সোণাফালী বদলি নামী আইটীৰ বেটী চোয়ালিটী আছে তাইলইকে। তাই হন, এটা মানকে খায়াব মঙ্গল,। কাকনো খয়াব? অ! তাইৰ স্বাভাবটী ভাল নহয়! (১০) অধ্যাপকৰ পাতেকক? বৰাৰ পাতেকক? ইহত দ,ইকো হলে ময় তাইৰ গীদে গীদে ফৰা দেখিছোঁ। সয়ন্ত্ৰী। সিও হব পাৰে! এতিয়াৰ ভাল মানুহেৰ লৰাই বান্দী বেটী লৈহে চকু দিবলৈ ধৰিছে। তেওঁ তাই হলে দৰব কৰিবলৈ দিওঁতে তাৰ নাম কুশল বালি কইছে। তয় যা ময় এই পিনে হাজৰিকীয়াৰ পদ,লীয়ে সোমাও। মঙ্গল,। ( স্বগত ) এইত বাপেকে সোধোঁ ৰ! কাম সেন্দৰনো কেনে? ক'ত পাই, কিমান দৰ। ( স্পষ্টকৈ ) আই! কাম সেন্দনে। কেনে? ক'ত পায়? কি দৰনো? সয়ন্ত্ৰী। এ বোপাই তাৰ ৰং কাম চৰাইৰ গাৰ আকাশলৈ চলে তৰা দেখি। দৰ মৰ মৰগ। বনিয়াই নিদিএ। চিনা মান হকহে দিয়ে। নিচিনা। দিনত ফোঁট লই টকাত এৰতি। যাকে তাকে তহত গলে মিচা মিচিকৈ এবিধ দিব তাৰে গণে নকৰে। বাক ময় এতিয়া যাওঁ। (প্ৰস্থান )