সমললৈ যাওক

পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 মঙ্গল,। ( স্বগত ) হেই আই! ৰামনবমী নাটক তাইনো কাক দৰব কৰিব খাইছে! আমাক দেখোন এনেই পায়। বহু বদলিলে সোঁও। এনে টোকনো দৰব কৰিব লাগে কিয়? অইন কোনো ভাল মান হৰ লৰাক হে? কুশলনো কাৰ নাও। ভাবিগণি ময় ইয়াকে জনা নাই। তাই চাগৈ মিচাই এটা নাও কইছে। 1 তাকেইনো কব কিয়? দৰব কৰাত জানো নহয়। এইহে মোক ভূৰুকিয়ালে। ইয়াৰ ৰাজ লওঁ নামত হয়? কেতিয়াও নামত হয়। । যদিহে বজ পাঁও তেন্তে এটাইকে শিকাম বাপেকে। যদি তাক নোয়াৰো তেওঁ তাইকতো এবেলি পাম। বণিয়াৰ (১১) দোকানত কাম সেন্দৰেৰ বন্‌জ লওঁ। পলম হলে আকৌ গালি পাৰিব? পঞ্চম দৰ্শন এতিয়া যাঁও। [ ইতি প্ৰস্থান ] শিবকান্তৰ বাটী। ফ,লেশ্বৰী, জয়ন্তী এবং নামীৰ প্ৰবেশ। জয়ন্তী। আমই! সোণাফলিয়ে কইছিল গই বোলে তুমি হন, মোক মাতিছিলা? ফলে। হয় মাতিছিলোঁ। সখীয়েৰে অকলে থাকে। তাহত আহিলে তেওঁ হাঁহিৰে মাতে ভালে থাকে। তাছ চাছ খেলিবও পাৰ আৰু তাইক পঢ়িবলৈ শিকালেও শিকাব পাৰ নবমী। আই! ময় পঢ়িবলৈ শিকিছোঁ। শক শক পাৰ্থী চুথী পঢ়িব পাৰো। সখীয়ে মোক শিকাইছে। ফলে। (জয়ন্তীৰ প্ৰতি) চোয়ালীজনিৰ কপালত হে নাটিলে কাপোৰ চাপোৰ সন্দেৰকৈ বৰ পাবে, ফলেতীও বাৰু হইছে। এতিয়া আকৌ তয় পঢ়িবলৈকো শিকাইছ। জয়ন্তী। ময় সখীৰ ফল দেখিছোঁ। সি বচৰত মোৰ ননন্দ কুমলী আইটীৰ বিয়াৰ সময়ত এখন শব্দ, সতাৰ চেলেঙ্গ লগাইছিলোঁ, ততে সখীয়েহে ফল দিছিল। ফলে। কিবা ভাল ভাল পথী তহঁতৰ আছেনে? (১২) জয়ন্তী। এটাই আছে। অন্নদামঙ্গল, বিদ্যাস, দৰ, কামিনীকুমাৰ, ভাগোল, পৰোব ত্তসাৰ, পদাৰ্থবিদ্যা, মহাভাৰত, ৰামায়ণ, শকুন্তলা আৰু কাদম্বৰী