পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উচৰ্গা


মোৰ পৰম আৰাধ্য স্বামী দেৱতা,
যাক অকালতে হেৰুৱাই
বৈধব্য জীবন যাপন কৰিও
যাৰ সাংস্কৃতিক অনুপ্ৰেৰণাৰ ছাঁত
আজিও পৰমানন্দ লাভ কৰিবলৈ সমৰ্থ হৈ আছো,
যাৰ অমূৰ্ত্ত আশীষ শিৰত লৈ
এই বাৰ্দ্ধক্য জীৱনতো
শ্ৰেয় সাধনাৰ বাট বুলিব পাৰিছো
সেইজন মোৰ সেৱাৰ পাত্ৰ জীৱনানন্দ
নবীন চন্দ্ৰ বড়া (হেলদাৰ)ৰ
পবিত্ৰ নামত
এই ক্ষুদ্ৰমান পুস্তকভাগি
অপৰ্ণ কৰা হ’ল।