পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘ৰাম নিৰঞ্জন ভক্তি প্ৰবাহ’ শ্ৰীমতী মনোমতী বড়াৰ এখনি দিহানামৰ পুথি য'ত লেখিকাই শতকৰা নব্বৈ ভাগ নাম নিজে সৃষ্টি কৰাৰ বিপৰীতে শতকৰা দহ শতাংশ নাম সমাজত চলি থকাৰ পৰা সংগ্ৰহ কৰিছে।

©:- শ্ৰীমতী মনোমতী বড়া

যোগযোগঃ-মবাইল নং - ৯৪৩৫৫৩১৭৫৭

প্ৰকাশিকাঃ-শ্ৰীমতী পুতলী বড়া
 শ্ৰীমতী দীপালী বড়া ভূঞা
 গাওঁঃ ৰাইচাই (ডিমৌ)

দ্বিতীয় প্ৰকাশঃ-ডিচেম্বৰ ২০১৩

বেটুপাতঃ-ডাঃ বিজিত বড়া

অৰিহণাঃ-৬০/- টকা মাত্ৰ।

মুদ্ৰকঃ-অসমী অফচেট প্ৰিন্টিং প্ৰেছ।  নামৰূপ
 জিলাঃ- ডিব্ৰুগড় (অসম)