এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বোৱাৰীৰ সৈতে সুখে থাকক। আপোনালোক যাওক। দূৰৈৰ পৰাই নমস্কাৰ।'
শইকীয়া শইকীয়ানীয়ে সকলো বুজিলে। তেওঁলোকে একো নামাতিলে। নাকত ৰুমাল দি ওলাই আহি বাটত শ্বাস ল'লে। তেওঁলোক ঘৰমুৱা হ'ল। পুনৰ ক'লে— ‘মালতী, শান্তনু। তহঁত সুখেৰে থাক।'
৫৩