পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূতত্ত্ব বিদ সকলেও ইয়াৰ একো যুক্তি দিব পৰা নাই, সঁচাকৈয়ে এক আচৰিত ঘটনা। হয়তো সেই ঘটনাৰ লগত আন কোনো ঘটনাৰ শুংসূত্ৰ আছিল, হয়তো আমাৰ মগজুৰে ঢুকি পোৱাৰ ওপৰৰ কিবা প্ৰাকৃতিক পৰিঘটনা আছিল, হয়তো চৰকাৰে জনসাধাৰণৰ পৰা লুকুৱাই কৰা কিবা পৰীক্ষা আছিল, যিহেতু তেনে পৰিঘটনা নঘটা নহয়, য'ত চৰকাৰে সমাজৰ পৰা লুকুৱাই বিভিন্ন পৰীক্ষা চলাই থাকে, গতিকে হব পাৰে তেনেকুৱা কথাও। অথবা ইয়াৰ উৎস অন্য গ্ৰহৰ জীৱৰ লগতেই হওক বা মায়ান কেলেণ্ডাৰৰ ২১ ডিচেম্বৰৰ লগতেই হওক, সমাধান নোহোৱা লৈকে এই ঘটনা যে বহু জনৰ বাবে চিন্তাৰ খোৰাক হৈ থাকিব, ই সঁচা। কোনে জানে, হয়তো এনেকুৱা আকৌ হবও পাৰে, ইয়াতকৈও ভয়ানক ভাবে!


তথ্য সংগ্ৰহ—

https://timesofindia.indiatimes.com/city/jaipur/Panic-in-Jodhpur-after-sonic-boom/articleshow/17657770.cms

https://www.lookchup.com/read-blog/THE-MYSTERY-OF-JODHPUR-BOOM.html

http://www.indiancontents.com/2017/07/mystery-of-jodhpur-boom.html

https://unsolvedmysteriesindia.blogspot.com/2014/10/the-jodhpur-boom.html

https://zeenews.india.com/news/india/the-jodhpur-boom-one-of-indias-greatest-mysteries_1849614.html

https://telanganatoday.com/tonic-boom-jodhpur-unsolved-mystery

https://www.quora.com/What-is-the-mystery-behind-Jodhpur-boom


◀ ৰহস্যময় ভাৰত ▶ ৫