পৃষ্ঠা:ৰণ্ জেউতি.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[। ৶৹]


দত্তবৰুৱা বাপাদেওক প্ৰাণ খুলি আশীৰ্ব্বাদ কৰিছোঁ—ভগবানে যেন তেওঁৰ মঙ্গল বিধান কৰে, আৰু সহায়-সাৰথিহীন লিখক সকলক এই দৰেই উপায় একোটি দিবলৈ তেওঁৰ বাহুত যেন বল দিয়ে, অন্তৰত যেন শক্তি দিয়ে।

 কিমধিকমিতি।

যোৰহাট।
মহানবমী—–১৮৭৭ শক।
ৰাইজৰ মৰম-ভিখাৰী
ইন্দ্ৰ