পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰণ্ জেউতি

 কাঢ়ে কিনো হুমুনিয়া পচিমলে চাই
 দুধাৰি চকুৰ লোৰে দুগাল তিয়াই!
আয়ে মোৰ ৰই ৰই  কয় থোকাথুকিকই,—
 “ইৰাৱান! সিও মোৰ থাকিলেতো পৰি,
 আৰু নো কিমান অই?―নেপালোঁ বাতৰি।