পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ৰচনা মালিকা

 প্ৰঃ—আলোচনীত আমি গল্প, সধুকথা, ৰচনা আদি লিখোঁ নে?

 উঃ— ...   ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল কেনেকুৱা?

 উঃ— ...  ...   ...

 প্ৰঃ—আমি আমাৰ পঢ়াশালিখন ভাল পাওঁ নে?

 উঃ-...   ...   ...

 প্ৰঃ—শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্ৰদ্ধা-ভক্তি কৰোঁ নে?

 উঃ— ...  ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ সুনামৰ কাৰণে আমি কি কৰা উচিত?

 উঃ— ...  ...   ...

  • ওপৰত দিয়া প্ৰশ্নবোৰৰপৰা যিখিনি উত্তৰ ওলায় সেইখিনি পৰিপাটিকৈ সজাই তোমাৰ পঢ়াশালিৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸻⸻