পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
ৰচনা মালিকা

 প্ৰঃ—আমাৰ পঢ়াশালিত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান?

 উঃ— ...  ...  ...

 প্ৰঃ—শিক্ষক আৰু শিক্ষয়িত্ৰীৰ সংখ্যা কিমান?

 উঃ— ...  ...   ...

 প্ৰঃ—শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে আমাক মৰমেৰে শিক্ষাদান কৰে নে?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিত ছাত্ৰসভা বা ছাত্ৰীসভা আছে নে?

 উঃ— ...  ...  ...

 প্ৰঃ—ছাত্ৰ সভাই বা ছাত্ৰীসভাই পঢ়াশালিত কোনো উৎসৱ আদি পালন কৰে নে?

 উঃ—... ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিত বঁটা বিতৰণী সভা হয় নে?

 উঃ – ... ...  ...

 প্ৰঃ—বঁটা বিতৰণী সভাত আমি নাচ-গান আদি কৰোঁ নে?

 উঃ— ...   ... ...

 প্ৰঃ—পঢ়াশালিত পুথিভঁৰাল আছে নে?

 উঃ— ... ...  ...

 প্ৰঃ—তাৰপৰা আমি কিতাপ পত্ৰ নি পঢ়োঁনে?

 উঃ— ... ...  ...

 প্ৰঃ—আমাৰ স্কুলৰ কোনো আলোচনী আছে নে?

 উঃ—...  ...   ...