পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
ৰচনা মালিকা

 প্ৰঃ—পঢ়াশালিৰ উত্তৰে, দক্ষিণে, পূবে আৰু পশ্চিমে কি কি আছে?

 উঃ— ...  ...  ...

 প্ৰঃ—পঢ়াশালি কেই বজাত আৰম্ভ হয়।

 উঃ— ...  ...  ...

 প্ৰঃ—আৰম্ভণিৰ আগে আগে আমি কি কৰোঁ?

 উঃ— ...  ...  ...

 প্ৰঃ— মাজতে কেই বজাত জিৰণি দিয়ে?

 উঃ— ...   ... ...

 প্ৰঃ—জিৰণি সময়ত আমি কি কৰোঁ?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালি কেইবজাত ছুটী হয়?

 উঃ— ...  ...  ...

 প্ৰঃ—আমাৰ পঢ়াশালিৰ ঘৰ খেৰৰ নে টিনৰ?

 উঃ— ...  ...  ...

 প্ৰঃ—ঘৰৰ কোঠালী কেইটা?

 উঃ— ...  ...  ...

 প্ৰঃ—প্ৰতিটো কোঠালীত দুৱাৰ-খিৰিকি কেইখন মানকৈ আছে।

 উঃ— ...  ...   ...

 প্ৰঃ—ঘৰৰ বেৰবোৰ কেনেকুৱা?

 উঃ— ...  ...  ...