পৃষ্ঠা:ৰচনা মালিকা.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ৰচনা মালিকা

আমাৰ শৰীৰক লাগে। ই এবিধ উৎকৃষ্ট পিঠা। সকলোৱে এই পিঠা বিহুৰ সময়ত আনন্দেৰে খায়।

  • ওপৰত দিয়া প্ৰশ্নোত্তৰবোৰ চাই তিল পিঠাৰ বিষয়ে এখন ৰচনা লিখি উলিওৱা।

⸺⸺

আমাৰ পঢ়াশালি

 প্ৰঃ—আমাৰ পঢ়াশালিৰ নাম কি?

 উঃ—...   ...   ...

 প্ৰঃ—আমাৰ পঢ়াশালিখন কোন ঠাইত অৱস্থিত?

 উঃ— ...   ...   ...