সমললৈ যাওক

পৃষ্ঠা:ৰচনা মালিকা.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বাবিংশ পাঠ

প্ৰশ্নোত্তৰৰ সহায়ত ৰচনা শিক্ষা

মোৰ প্ৰিয় বন্ধু

 প্ৰঃ—মোৰ প্ৰিয় বন্ধুজনৰ নাম কি?

 উঃ-মোৰ প্ৰিয় বন্ধুজনৰ নাম•••••• |

 প্ৰঃ—বন্ধুজনৰ পৰিচয় কি?

 উঃ—তেওঁৰ দেউতাকৰ মাম••••••। তেওঁ এজন•••••

 প্ৰঃ—তেওঁৰ ঘৰ ক’ত?

 উঃ—তেওঁৰ ঘৰ আমাৰ ওচৰৰে••••••ত।

 প্ৰঃ—বন্ধুজনক মই ভাল পোৱাৰ কাৰণ কি?

 উঃ—... ... ... ...

  ... ... ... ...

  ... ... ... ...

  ... ... ... ...

 এই বিলাক কাৰণতে তেওঁক মই বৰ ভাল পাওঁ।

 প্ৰঃ—মই মোৰ বন্ধুক কেতিয়াবা কিবা সহায় কৰোঁনে?

 উঃ—... ... ... ...

 প্ৰঃ—কোনো উৎসৱ পাৰ্ব্বন আদিত তেওঁ মোক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ কৰে নে?

 উঃ—... ... ... ...