এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
৩৬
হেমহাৰ
ব্ৰহ্মা সিদ্ধ মুনি আদিয়ে নপায়ে।
পূজিবে তোমাৰ পাব।
কিবা স্তুতি নতি কৰিবোঁহো আমি।
অক্ৰুৰ ক্ৰুৰ স্বভাৱ॥
** ** ** ** **
** ** ** ** **
তুমি জগজীৱ তোমাক পূজিলে
মিলে আপোনাত থাই।
যেন মুখশ্ৰীক প্ৰতিবিম্ব মুখে
দেখিয়া দৰ্পণ চাই॥
হেন জানি মই মতি অনুসাৰে
ভজিলোঁ তোমাৰ পাৱ।
ব্ৰহ্মা-আদি দেব গণ *** ***।
এৰিলোঁ ক্ৰুৰ স্বভাৱ॥
*** *** *** *** ***
*** *** *** *** ***