পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত গবলৈ বদলি হল। ইপিনে শ্বিল্পঙ্গব গবৰ্ণমেন্টৰ ছাপাখানাত হৈমকোষৰ ছপা আৰম্ভ হল। পূৰ্বব কথা আছিল, যে মিষ্টাৰ গেইটে হেমকোষৰ ইংৰাজী অংশৰ প্ৰুফ শুধৰাব আৰু লিখকে অসমীয়া অংশব প্ৰুফ শুধৰাব। এই কথামতে মিষ্টাৰ গেইটে তলত লিখা চিঠিখনিবে সৈতে “হেমকোষব” প্ৰথম ফৰমাৰ প্ৰুফ লিখকলৈ ডিব্ৰুগৰলৈ পঠায়। SHILLONG The 30th January, 1897 ৪৯ Dear sir, Herewith a proof ( with manuscript) of pages 1-30 of the Asamia Hema Kosh". Please revise it carefully and return the proof with the manuscript to this office at a very early date. I also enclose a list of Assamese peculiars which are not in stock in the Shillong press. They have been in dented for but to await their receipt will very surely delay the work of printing of the Dictionary. Please examine the list carefully and report if they are all absolutely necessary. If only a few are required they can doubt be obtained much more quickly than a large number. The English portion of the proof is being read by me. no Yours truly ( Sd ) E. A. GAIT.