পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত হেমচন্দ্ৰ বৰুৱাই মৃত্যুৰ ভালেমান দিন আগেয়ে তেওঁৰ স্থাৱৰ আঁফ অস্থাবৰ সম্পত্তি কাক কি দৰে ভগাই দিব লাগে সেই বিষয় এখন উইল বা ইচ্ছা পত্ৰ কৰি যায়। সেই উইলত –গুৱাহাটীৰ ৺ দুলাল চন্দ্ৰ চৌধুৰী, মাণিক চন্দ্ৰ বৰুৱা আৰু ৺ জীবন ৰাম ফুকনক “একজ্যিকউট', পাতি হয়৷ অস্থাব সম্পত্তিত বাদেও নগদ ৯০০, হেজাৰ টকা আত্মীয়-স্বজন আৰু জ্ঞাতি-কুটুম্বৰ মাজত ভগাই দিবলৈ ব্যৱস্থা কৰি যায়— 08 ভায়েক ৺তুলসীৰাম বৰুৱা আৰু কমলচন্দ্ৰ বৰুৱাৰ সমান ভাগে— ভনীয়েক ৺পূৰ্ণ দেৱীক— কন্যা ৺সাৰদী দেৱীৰ সন্তানক কুটুম্ব ওত্ৰৈলোক্য নাথ গোস্বামীক— বলোৰাম বৰুৱাক— বংশৰ পুৰোহিত বিদ্যানাথ শৰ্ম্মাক– 99 গুৱাহাটীৰ হাইস্কলৰ পৰা এন্ট্ৰেস পৰীক্ষাত সংস্কৃতত আটাইতকৈ বেচিকৈ নম্বৰ পোৱা ৬০০০, ৫০০, 900 ১০০. ৩০. TO ল’ৰাক “হেমচন্দ্ৰ বৰুৱা মেডেল' নামে এটা ৰৌপ্য পদক বছৰি দিবৰ কাৰণে— মৃত্যুৰ পিছত ভিক্ষাৰী বিদায়ৰ কাৰণে— ১০০, ভাগিন তখজুনাথ বৰুৱাক ঘৰ আৰু বাৰী মাটী দান গুৱাহাটী কলেজিয়েট স্কুল লাইব্ৰেৰীলৈ তে ৰ কিতাপ পন্ন দান। COO