সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাব জীৱন চৰিত ১০৩ নৈষেধে পদলালিত্যং মাঘে পাস্তি প্ৰয়োগুণা : ' এই শ্লোক গোড়া কেৱল অনুমান হয়। পণ্ডিত মণ্ডলীৰ দোষ গুণ বিচাৰেই নং ২ ৺হেমচন্দ্ৰ বৰু ৱাই অভিধান ছপোৱা কাম আৰম্ভ কৰোতে কলিকতাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই ১৮১৬ শকাব্দত এইদৰে জোনাকীত লিখিছিল :-- ছাপিবৰ নিমিত্তে “শ্ৰীত হেমচন্দ্ৰ বৰুৱা ভাঙৰীয়াৰ পঢ়াশলীয়া অভিধান খনি কৰা দেখি আমাৰ সভাই বিশেষ আনন্দ পাইছে। কিন্তু বৰখনি ছপা কৰিবলৈ ধৰা হলেও এই সভাই কাৰ্য্য খনি যে বিশেষ লাগতীয়াল তাক সিদ্ধি কৰিব পাৰিলেহেঁতেন এই লেখা বাহুল্য মাথোন।” নং ৩ বাব উপেন্দ্ৰচন্দ্ৰ মুখোপাধ্যায় প্ৰণীত চৰিতাভিধানত হেমচন্দ্ৰ বৰুৱা সম্পৰ্কে টোকা ১৮৩০ শক :— হেমচন্দ্ৰ বড়ুয়া - আসামেৰ নামক স্থানে ১৭৫৭ শকে জন্ম অন্তৰ্গত শিৱসাগৰ জিলায় ৰাজাবাহাৰ (১৮৩৫ খৃঃ ) ২৪ শে অগ্ৰাহয়ণ সুযোগেৰ অভাবে তিনি নিয়মিতৰূপে নাই। কিন্তু স্বীয় বদ্ধি প্ৰভাবে তিনি আসামী, গ্ৰহণ কৰেন। বাল্যকালে কৰিতে পাৰেন বাঙলা, হিন্দী, সংস্কৃত ও ইংৰেজী বিদ্যাভাস ভাষায় পাৰদৰ্শিতা লাভ কৰেন। তিনি তীক্ষ্ণ বুদ্ধি ও অধ্যবসায় বলে কামৰূপেৰ ডেগুটীকমিশ্যনাৰেৰ আফিসে অনুবাদকেৰ পদ প্ৰাপ্ত হন, পৰে আড়াইশত টাকা বেতনে বিভাগীয় কমিশ্যনাৰ মাসিক ২৫০, অফিসেৰ সুপা-