সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত যিমান উন্নত হব তিমান বিস্তৃত হ'ব। নানা দেশৰ লোক আমাৰ আৰু নানা বিষয় দেশত চলিত হোৱাত আমাৰ দেশলৈ এতিয়া অহাত ভাষাৰ গা ডাঙ্গৰ হ'ব লাগিছে। সময়ে ২ ভাষাৰ ৰচনাৰ ভাৱ আৰু যেতিয়ালৈকে সৰহ গ্ৰন্থকাৰ ডাক পথী নোলায় অধ্যাপকৰ আৰু ওজাৰ সেই ৰূপে সুখী লেখি- d যাইহে ভাল হব কচি নড়চড় হয়। তেতিয়ালৈকে ভাষাৰ ঢাল জনা টান। আমি প্ৰথমে শিক্ষা কৰিবলৈ আষম্ভোতে আমাৰ যেনে উন্নতি হোৱা নাই গালি আৰু চেকনীৰ কোব খাইহে শিকিলো বলৈ ধৰাৰো পটস্তৰ। অনেকৰ দোষ গুণ ধৰা পাৰা যায়। এতেকে আমি আশা কৰো যেন গুণাগুণ ধৰোতা সকলৰ কথা সহি শিক্ষাৰ প্ৰথম অৱস্থাৰ নিয়ম গালিব; সেই হলেই ভাষাৰ উন্নতি হ'ব৷ আমি অক আশা কৰে। যেন “নিউচৰ” সম্পাদকেও মানুহৰ বেজাৰলৈ মন কাণ নিদি পাৰ্য্যমানে পথীৰ দোষ গুণ বিচাৰি থাকিব। অন তেনে সাময়িক পত্ৰ বা d লেখক সকলে ৰচনাৰ যোগ্য লোক নাই, যে তেওঁ সেই কাৰ্য্য কৰে৷ ছৱিৰ কথালৈ চাই যদি শিক্ষকে শিক্ষ৷ দিবলৈ এড়ে তেনেহলে কি ৰূপে শিক্ষা দিয়৷ হ'ব? পৰীক্ষক নহলে শিক্ষাৰ গুণাগুণ উন্নতি অবনতি নাজানি। সোণ যিমান পোড়া তিমান ভাল হয়। সেইৰূপে আমাৰ ৰচনাৰো ষিমন দোষ গুণ ব্যাখ্যা হয় তিমান ভাল হয়। যদি সমালোচকক আমি শত যেন ভাবো তেওঁ ২ আমাৰ উপকাৰী: কিয়নো আমাৰ দোষ ভাগ শম্ভু নহলে আনে নেদেখে। দোষ শন্য হোৱা যদি কাৰে৷ উদ্দেশ্য হয় তেনেহলে তেওঁ সমালোচকৰ সমালোচনা হোক। মাঘ কাব্যৰ বিষয়ে এনে এটা কথা শুনা আছে যে বিএ শ্লোক একোটা লেখি জুইত পেলাই দগ্‌ধ নহই উঠে সেইটোহে সেই দিছিল পাছে যিটো শ্লোক সেই জুইত কাব্যপ্ত হইছে। সন্নিবেশিত হইছে। সেই কাৰণেই মাঘ অতি উৎকৃষ্ট কাব্য ভাৰ বিষয়ে এনে কোৱা আছে “উপমা কালিদাসস্য ভাৰবেৰথ গৌৰবম্,,