সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আপুনি যেনেকৈ নেদেখি সেইদৰে আপোনাৰ দোষো এতে কে এজন দোষ গুণ দেখাই দিয়া লোকৰ ১০১ তেনেকৈ নেদেখি। নিতান্ত প্ৰয়োজন। যাব দোষ গুণ বৰ্ণোৰা হয় সেই জনে সেই বৰ্ণনা কাণ পাতি শুনিলে ম খ্য অনেক কথা সংশোধিত হয়। আন্দোলনেই উপায়। জাৰু এতী প্ৰধান উপায়। সমাজৰ উন্নতিৰ প্ৰতিবাদ ও দোষাদোষ ব্যাখ্যা সেই আন্দোলনব কোনো বিষয়ত যিমান উন্নতি হইছে, সকলো- বিলাক এই কপ আন্দোলনৰ পৰা হইছে। আৰু সেই আন্দোলন দোষ গুণ বিচাৰ আৰু প্ৰতিবাদৰ ওপৰত নিৰ্ভৰ কৰে। গ্ৰন্থকাৰ আক লেখকসকলে তেওঁবিলাকৰ গ্ৰন্থৰ গুণাগুণ বিচাৰ আমাৰ দেশৰ সহি থাকি নিজৰ উন্নতি কৰিবলৈ শিক্ষা কৰিব লাগে। যাৰ এই সহন গুণ নাই সি পুথী লেখিবলৈ এড়িলেই ভাল : ভাষা কোনো এজন লোকৰ বস্তু নহয়। আৰু যদি এজনকেহে কোনো ভাষাৰ পৰিচালক বুলিব লাগে তেনেহলে সেইটো ভাষাই মহয়। মাৰ যিমান শক্তি সি সিমান পুথী লেখি সেই ভাষাৰ উন্নতি কৰোক। দোষ গুণ বিচাৰ সেই লেখক মণ্ডলীএ সহোক; আৰু নিজৰ লেখা উন্নতি কৰোক। যি স্থলত ভাষা কোনে এজনৰ সম্পত্তি নহয় সেই স্থলত অধিকাংশ লেখক যেতিয়া যি ফালে বেগ ধৰে, সেই ফালে ভাষাৰ ঢাল খালে বুলি জনা যাব। সকলো বিষয়্যে সকলোৰে একে মত হোৱা টান। -এইটো সংসাৰৰ নিয়মেই নহয়। মূল কথাত ঐক্য থাকি আন বিষয়ে অনৈক্য থাকে। সংস্ক ত ভাষা অতি প্ৰাচীন। তাৰে অনেক ব্যাকৰণ। এখন ব্যাকৰণৰ সইতে কোনো ২ স্থলত আন ২ ব্যাকৰণৰ মত মিল নহয়। কোনো কথাৰ অৰ্থ বা ব্যাখ্যা আনজনে তেনে নকৰে। এজনে যেনে কৰে "বিধবা বিবাহ" বিষয়ে প্ৰাতঃস্মৰণীয় বিদ্যা- সাগৰে পৰাশৰ মুনিৰ বচন লৈ যি আন্দোলন কৰে তাতেই অনেকৰ চিন পোৱা গৈছে। ইংৰাজী ভাষাতো ওই নিয়ম দেখি। ভাষা