সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি নং ১ “আসাম নিউচত” হেমচন্দ্ৰ বৰুৱাই কিতাপ সমালোচনা কৰা সম্বন্ধে জন সমাজত কেনে ভাৱ হৈছিল তাক অমায়িক গুণাভিৰাম বৰু ৱাই “আসাম বন্ধুত” লিখা কথাৰ পৰা ভালকৈ বুজিব পাৰি ঃ— সম্পাদ আমাৰ “আমি 'আসাম নিউচ' এজন বন্ধৰ মুখে শুনিলোঁ যে দোষ গুণ বিবেচনা কৰাৰ লেখোঁতা সকলে বেয়া পায় অনিচ্ছা প্ৰকাশ কৰিছে। কথা যদি বন্ধ ৱে কোৱা তেনেহলে আমাৰ পক্ষে বড় দুখৰ কথা। আমাৰ দেশত পুথীৰ সংখ্যা সিদিনা পত্ৰৰ গ্ৰাহক নহওঁ। "লৰা বোধ” আৰু “শিক্ষাসাৰ”ৰ উপলক্ষে সেই পত্ৰৰ সম্পাদকক পথী দেখি তেওঁ পুথীৰ গুণাগুণ বৰ্ণনা কৰিবলৈ সত্য হয় যেনে কম গুণাগুণ বিচাৰ কৰা পত্ৰও তেনে কম। অধিক কি? এখান মাত্ৰ “আসাম নিউচ”। সেই পত্ৰৰ সম্পাদক অতি যোগ্য আৰু তেওঁৰ পাবৰ পৰা নকৈ পুথী লেখিবলৈ ধৰা সত্তৰ। তেওঁ যি যি পুথীৰ যি যি গুণাগুণ লোকসকলে বিশেষ সময়ে শিক্ষা সময়ে প্ৰকৃত বুলি শিক্ষিত সমাজত বিচাৰ কৰিছে সেই সকলৰ অধিকাংশ‍ই ৰাষ্ট্ৰ। আমাৰ সাহিত্য সমাজৰ যেনে অবস্থ। তাত গুণাগুণ বিচাৰ নিতান্ত প্ৰয়োজনীয়। ঈশ্বৰৰ ইচ্ছাত আজি কালি অমি দুখানি এখানি নন দেখিবলৈ ধৰিছো। আমাৰ পৃথীৰ মুখ ভাষাৰ যেনে শিশু অৱস্থা পুথী কৰা লোকসকলৰো পুথী লেখাৰ শিশু অৱস্থা যদি ভাল তেনেহলে – গ্ৰন্থকাৰ গুণাগুণ বিচাৰ নহয় সকল স্বেচ্ছাচাৰী হবৰ সম্ভাবনা। নিজে নিজে পাগত ভবা দোষ য ক্ত। আপোনাৰ মুখ