সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত সচাসঁচিকৈ প্ৰতিযোগিতা কৰি অসমীয়া ৯৯ ভাষাৰ, অসমীয়া সাহিত্যৰ, অসমীয়া জাতিৰ কিৰণ চাৰিওপিনে পুনৰ উদ্ভাসিত হব পাৰিব আৰু প্ৰতি অসমীয়াই তেতিয়া গাব পাৰিব – “বাজক ডবা, বাজক শঙ্খ, বাজক মৃদং খোল অসম আকৌ উন্নতি পথত, জয় আই অসম বোল”