সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰু ৱাৰ জীৱন চৰিত . ৰাজ- কৰপোৰেচনৰ” হেমচন্দ্ৰ বৰুৱাও অংশীদাৰ আছিল। নীতি সম্পৰ্কে উভয়ৰ মত অনেক সময়ত নিমিলিছিল। হেমচন্দ্ৰ বৰুৱা বয়সে শ্ৰেষ্ঠ, বিশেষ তেওঁ মাণিকচন্দ্ৰৰ শহুৰেক ৺লক্ষ্মীনাথ বৰুৱাৰ বয়স্য আৰু পৰম বন্ধু আছিল, গতিকে তেওঁৰ লগত মাণিক চন্দ্ৰৰ বাদ প্ৰতিবাদ চলা সম্ভৱ নাছিল। বিশেষ হেমচন্দ্ৰ বৰুৱা বেগতে নিজৰ মত এৰা লোক নাছিল। বিষয়ে অত্যন্ত হেমচন্দ্ৰ বৰুৱা বয়সীয়া হৈও ৰাজনীতি radical আছিল। মাণিকচন্দ্ৰ আৰু তেওঁৰ বন্ধু জগন্নাথ উভয়ে সৰুৰেপৰা moderate T আসাম নিউচত হেমচন্দ্ৰ এই কাকত বন্ধ হোৱাত কৰা বৰুৱাৰ মতেই প্ৰবল আছিল। সুৰেন্দ্ৰ বানাৰ্জীৰ “বেঙ্গলী” কাকতত অসন্তোষ প্ৰকাশ " একো আচৰিত নহয়। হেমচন্দ্ৰ বৰুৱা আৰু তেওঁৰ লগৰীয়া ৺পৰাম বৰুৱা, লক্ষ্মীকান্ত বৰুৱা, ৺বেণুধৰ বৰুৱা, দুলালচন্দ্ৰ চৌধুৰী, চন্দ্ৰমোহন গোস্বামী, বীৰনৰসিংহ দে প্ৰভৃতি তেওঁৰ লগৰীয়া বন্ধু আছিল। বঙ্গালীৰপৰা অসমীয়াক সুকীয়া ভাষা আৰু জাতীয়ত্ব দিবলৈ যত্ন কৰিলেও তেও - বঙ্গলা ভাষা আৰু বঙ্গালী বন্ধুক এৰিব নোৱাৰিছিল। তেওঁ মুঠেই সঙ্কীৰ্ণমনা নাছিল, মহংলোক সঙ্কীৰ্ণমনা হব নোৱাৰে। লগৰীয়াবিলাকৰ ভিতৰত তেওঁ বিশেষ হৃষ্টপুষ্ট আৰু সবল আছিল। বাট বেমাৰে আক্ৰমণ কৰাৰ পূৰ্ব্বে তেওঁ নিত্য