পৃষ্ঠা:হেমকোষ.pdf/৯৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪৬ হৰোতা, চুৰ কৰোতা, গুচাওঁতা {এটা সংজ্ঞা শব্দৰ পাচত যোগ কৰা যায়); যেনে, ৰোগ হত্; (মানুহৰ গুথ শোক চায়, এতেকে) শিৱ, who or what takes away, Siva. হৰ, স. . (সং. খ, হৰণ কৰ) বলেৰে বা ছলেৰে নি, চুৰ কৰ; যেনে, ৰাৱণে সীতাক হৰিলে; to steal, to rob. অ, ধা. সুপ্ত ই, নেদেখা হ, ঋক্; যেনে, সকলো বৰু হৰিল, to be lost, to disappear, to vanish. হৰকৃত, বি. (হৰ, নেদেখা হ + তৰক, অনুৰূ.) এক সময়ত এক প্ৰকাৰ আন সময়ত আন প্ৰকাৰ হোৱা, অস্থিৰ, লোৱা- লপা; এজেকে মিছ; যেনে, হকৰক 3, changeful, untrne, false. 4. *. কথাৰ অস্থিৰতা; যেনে, তাৰ ইৰকতক atte, untruth, unreliableness, হৰণ, কদ, স, (সং, হৰণ, লৈ যা ) বলেৰে বা ছলেৰে নিয়ন; অঙ্কৰ ভাগ $44, theft, robbery, (in arith. division. ইষিতু, “হৰ্ষিত” শব্দৰ অপভ্ৰংশ। হুৰ, গ. ধা (অং, হাৰ, পৰাস্ত হ) ঘটা, পৰা কৰ; যেনে, এজন হৰে আনে ভাক হয়, to defeat. হা, স. শ. (অ, ই, হৰণ কৰ; প্ৰাণ হৰে, এভেকে) মানুহৰ প্ৰাণ মৰা কুমন্ত্ৰ, a incantation supposed to kill a per- son against whom it is used. হৰা কৰ, ৰা দি, কুমন্ত্ৰেৰে জৰা বস্তু খুৱাই পীড়া দি,to injure by an incantation. হকৰ্মী, স, শ, হৰা কৰোতা, ফুৰ স্বাৰা পড়া দিওঁ, one who injures by incantation. হৰি, স, . .(সং. হৰি ৰণ কৰ, হৰি, মানুহৰ শোক দুখ হৰে) পৰমেশ্বৰ; Fires, the Supreme Being, Fishna. হৰি ভৰ দি, মান্তি হ; যেনে, সি সেই কথা ef 6 fice, to congent. হৰি-কীৰ্ত্তন, স. শ, সৎ, হৰিকীৰ্ত্তন-হচ্ছি, বিষ্ণু+কীৰ্ত্তন, গুণগান) বিষ্ণুৰ নাম গুণ গাই কৰা উপাসনা, prayer offered to Vishnu. হৰি, স. শ. (সং. হৰিণস্ব, চুৰ কৰ; শস্য চুৰ কৰি খায়, এতেকে) এবিধ প্ৰায় ছাগৰ নিচিনা, কিন্তু কঁৰা থকা শিংযুক্ত চাৰি-ঠেঙ্গীয়া জন্তু, ইয়াৰ অনেক উপ- etic wr5, a deer. হৰিণা, } স. শ. (সং, হৰিণ, ঐ। হৰিণ-প,। শিঙ্গত তিনটা কঁৰা থকা সাধাৰণ হৰিণ, the hog deer. ইৰিণ-নয়নী, স. শ. (সং, হৰিনয়নী, হৰিণাক্ষী, হৰিণাক্ষী-হৰিণ, ৭, মৃগ + নয়ন, অক্ষি, চকু) “মৃগাক্ষী” চোৰা। হাৎ, বি. (সৎ, হৃ, হৰণ কৰু, মনক) সেউ- জীয়, কলাপতীয়া, green, হৰিা, স. শ. {সং. হৰিাৰি, সেউজ +ৰ, দান কৰ; হালধিত নীল মিলালে সেউজীয়া বৰণ হয়, এতেকে) হালধি, turmeric, হৰিৰাৰু, স. শ, {সং. হৰিাৰহৰি, বিষ্ণু+ দ্বাৰ, দুৱাৰ, বিষ্ণুৰ দ্বাৰ) হিন্দুস্থানৰ যি ঠাইত গঙ্গা সমান মাটিলৈ নামিছে সেই te, f4 0f, the town of Hard- war in the North-West Provinccs. ‘ৰিধ্বনি, স. শ. (সং. হৰিধ্বনি-হৰি, বিষ্ণু +ধ্বনি, শব্দ) আশীৰ্বাদ কৰোতে অনেকে একে লগে উচ্চাৰণ কৰা বিষ্ণুৰ নাম। যেনে, অ হৰি! অ ৰাম! হৰি বোল হৰি। Burta, a vehement and simultan- cous utterance of the name of Hari or Vishnu, হৰি-তক, স. শ. (সৎ, হৰি, বিষ্ণু+গৎ ভকত, উপাসক) সতীৰ্থ, একে গুৰুৰ শিষ্য, ঘাইকৈ একে লগে শৰণ লোৱ লোক, a fellow disciple. (a) fins হৰিগৰি, কশ, আলাপ-গ্ৰভি, মিল, familiarity, intimacy, হৰিষ, “হ” শব্দৰ, হৰিৰিত “বি” শব্দ ২।