পৃষ্ঠা:হেমকোষ.pdf/৯৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪৫ ২, স. শ. ( যা. হদ্দ, সীমা) সীমা, a | বাধা; যেনে, তোমাৰ হন্তে ইমান সুখ boundary line. পালে। প্ৰায়ে পদ্যত ) hy, from, &c. হন, কৃ. স. (সৎ, ইনন-হ, বধ কৰ হপহপ কৰে, ক্ৰি. বি. শিঙ্গাৰে হেপাৰ দৰে

    • *4, the act of killing.

tory fa, by siction. হনা, স. শ. {সং, হন, গতি কৰ) নৈয়ে হবলা, ক্ৰি. বি. এনে হব পাৰে যে, অনুমান এফালৰ পৰা আন এফাললৈ ৰৈ যাবলৈ হয়; যেনে, তেওঁ আহিল হল, perhaps, কৰা আৰম্ভ; একৰ্তী হওন, হলন, the possibly. commencement of the change of হবি, স. শ. “হবিষ্য" চোৱা। the course of a river, a leaning to হবিষ্য, স, শ. (সং. হৰ্টিষ্য--হৱি, বিউ; ono side. গৰু ঘিউ আৰু আৰৈ চাউল তাৰ হনা , আন এফাললৈ ৰৈ যাবলৈ ধৰ; ঘাই বস্তু; এতেকে) কোনো মান্য লোকৰ যেনে, দিখৌৱে পচিমলৈ হনা লৈছে, মৃত্যুৰ অশৌচত আৰু ধৰ্ম্মকৃত্যৰ আগ একতীয়া হ, হ; যেনে, ঘৰটোৰে এই দিনা নিৰামুহীয়াকৈ এসঁজ খাই কৰা ফাললৈ অনা লৈছে, to begin to flow উপবাস, a fast in whicll a single in another direction, to lean to meal consisting of rice, ghee, voge. one side. tables and milk is taken during হনা, স. . (অ. হান্, খো। আনৰ দ্বাৰা the course of a day and a night. গোঙ্গা ৰুস্তুৰে প্ৰহাৰ কৰা, খোঁচা, to হবিষ্যা, স. শ. (সং. হৱিষ্যা-হৱিষ্য, cause to be stabbed. ঐ+ অন্ন, আহাৰ) হবিষ্যত এসন্ধ্যা কৰা হনিয়া, অ, ধা. { অং. ইনা, নৈৰ গতি ) নিৰামুহীয়া ভোজন, • a single meal কোনো এফাললৈ বৈ যাবলৈ ধ, হল; without flesh and fislı taken during যেনে, গঙ্গাই উত্তৰলৈ দুনিয়াইছে, to a fast. Login to flow in another direction. বিষাশ, বি. (সং. হৱিষ্যাশিন-হৱিষ্য, ইমু, স. শ. (সং. হনুহ, ড় ক গালৰ নিৰামুহীয়া আহাৰ + আশি, খোৱা-- ওপৰ চকুৰ তলৰ হাড়, the cheek bone. অশ, খা) নিযুহীয়াকৈ এস খোৱা, হনুমন্ত,। স. শ. বায়ুদেৱতাৰ দ্বাৰা অঞ্জনা subsisting on a single meal a day, হনুমান, নামেৰে এজনী বান্দৰীৰ পৰা consisting of rice, glice, veget- জাত আৰু লঙ্কাৰ ৰণত ৰামচন্দ্ৰৰ সৈন্যৰ able, &c. সেনাপতি হোৰ এটা বান্দৰ, এবিধ বৰ হহমনি, স. শ. (অ. হমমা, শোক হ) দীঘল নেক্সীয়া বৰ, tie monkey বেজাৰৰ কথা মনত পৰি হোৱা শোক, মনৰ chief Innuman, a General of পোৰণি, বুকুৰ ধমধমনি, anguisli of Rama's army; & species of monkey. mind caused by painful rocollection. “হমন্ত” ও হয়। মহম্, অ, ধা. (অৎ, হুম, জলা জুইৰ শব্দ) ইয়ুমন্ত, স. শ(হমুমস্তক মহীৰাৱণৰ নগৰলৈ শশাকেৰে লি উঠ, এতিয়া নথকা কোনো লৈ গেছিল, এজেকে সেই নাম) এবিধ মৰমৰ লোক বা বৰ স্মৰণ হোৱাত ভাৰ সেউজীয়া মাছৰোকা, the gigan- শোকেৰে তাপিত হ (বু বা মনত tic kingfisher. খাটে); যেনে, সেই কথা মনত পৰিলে হস্তা, স. শ. (সংহ--হ,বধ কৰ) বধে, বুকু খানে হমহমাৰ, to suffer from প্ৰাণ মাৰে; নাশ কৰে, a killer, any painful recollection. a destroyer. হ, স. শ. (সং হয়—হি, গতি ক) ইন্তে, আ. অব্য: {ব হইতে, পৰা কাৰণে, a borse or pony. $0