পৃষ্ঠা:হেমকোষ.pdf/৯৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰিষাদ-বিষাদ। হষাদ-বিষাদ, স. শ. (সং. হবিষাদ, আনন্দ আৰু অসন্তোষ সন্তোষ বা বেজাৰ; যেনে, তাত আমাৰ হৰিষাদ-বিষাদ নাই, satisfaction or the reverse. ইৰিসমুখ, বি. (সং. হৰিসম্মুখ, ঈশ্বৰৰ সাক্ষাৎ) শৰণ লোৱা, ভকত হোৱা, শিষ হোৱা; যেনে, সি হৰিসমুখ হোৱা নাই, initiated into the Vaisnava religion. হৰিসেৱা, স. শ. (সং, হৰি, বিষ্ণু+সেৱা, উপাসনা} হৰিকীৰ্ত্তন, বিষ্ণুৰ নাম-গুণ গাই কৰা উপসনা, worship of Vishnu, ইৰীতকী, স. শ. (সং. হৰীতকী-হৰি, সেউজ+ ইত, গত; শুকালে সেই বৰণ ছে, এতেকে। শিলিখা, species of myrobalan (Haughton). ইৰুৱা, স, ধা. (অ. হাৰ, পৰান্ত হ} পৰা কৰ, to (lefeat, ইৰোইখো, “গৰেউথেউ” চোৱা। হৰ্তা, স, শ, {সং. হক্ক, হতো—স্ব, হৰ) হৰণ কৰোতা, গুচাওঁতা, দূৰ কৰো, one who removes or takes away. হৰ্তাকৰ্তা, স. শ. (সং হৰ্তা, হৰোতা+ কৰ্তা, কঙ্গো) সকলো কৰিব পৰা গৰাকী, সকলোহুকৈ ভাঙ্গৰ অধিকাৰ, a paia- mnouut authority, one possessing supreme power. হৰ বিশ্বৰ হৰ, {গুচ, বিষ গুচ} বিষ দূৰ হ, বিষ ৰা মৰ অন্তত মতা মাত, , words uttered at the end of an incantation for allaying zain. হৰ্ষ, স শ. (প হষ, ৰং পা) , আনন্দ, সন্তোষ, pleasure, delight. হৰ্যজনক, বি. (সং. হজনক-হ+জনক, জগোৱা} আনন্দ দিয়া, ৰং লগোল, delightful, pleasing. হাৰি কি (সং. হাৰিত-হ, আনন্দ + অষিত, মিলি। আনযুক্ত, আনন্দিত,, Rottery delighted, pleased. ছি , বি. (সং. হৰ্ষিত-অযু, ৰ পা grafi, (ttay, delighted, pleased. হলহলীয়া। হল, অ, ধা, (হি. হালনা, সৰ বা কঁ? } পিয় গুচি একতীয়া ই, কান্তি হৈ পৰিবলৈ ধ; যেনে, ঘৰটো হলিছে, to deviate from a perpendicular position. হলধ, স, শ. {সং, হলধৰ-ফুল, নাঙ্গল+ধ, ধ) বলৰাম (হাতত এটা নাঙ্গল লৈ ফুৰায় আৰু সেয়ে তেওঁৰ অহ), Balara, হলনীয়া, বি. (অং হল, কাতি হ) এফাললৈ কাতি হোৱা, এঢলীয়া হোৱা, হল, aslant, slanting. হলা, স, ধা. (অৎ হল, কাতি হ) এচলীয় কৰ, হানীয়া কৰ, দোৱা, to cause to lean, to bend. হল, স. শ. (সং. শলাকা, কাঠ বা কামী) টাটী বা বাৰত একে লগে থিয়কৈ বোৰা ফলা বাহৰ, খাগৰিৰ বা ইকৰাৰ সমূহ, a quantity of reeds or slips of split bamboo inserted together into a braided partition or fence. হলায়ুধ, স. শ. (সং. হলায়ুধ-হল, নাল + আয়ুধ, অস্ত্ৰ; নাঙ্গল অ যাৰ) $2747, 474, Belarant, cousin of Krishna. হলাল, স. শ. (সং. হলাহল--হল, নাঙ্গল + অ, উপস+হল, চাহ কৰ, নাঙ্গলৰ দৰে শৰীৰক বিদাৰি পেলায়, এতেকে। বৰ বিহ, কালকুট, any deadly poison, aconite. ইলীয়া, বি. ( অং. হাল, দুটা) যুৰীয়া, দুটা থকা; যেনে, হলীয়া গৰু, consisting of a couple, as of auimals. হলো, স, শ. (“লুলু" শব্দ কৰে, এতেকে) এবিধ কলা বৰণীয়া নে নথকা ৰাৰ শক্তিৰ জন্তু, a species of monkey (the Assam huluk). লী, স. শ. পৰামলখী; তাৰ গা, & kind of acid fruit and its tree. (কোম.)। হলফ কৰে, “হপহ কৰে” গো। হইলীয়া, বি. (অ, শশলী, পোম পোপটৰ; অকপটায়, পেটভ কম-