পৃষ্ঠা:হেমকোষ.pdf/৯৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হংস-গামিনী। স্বাৱলম্বি। ৯০২ আশ্ৰয় হোৱা, বা আপোক আপুনি সোপাৰ্জি, বি. (সং, পোপাৰ্জিত-- নিজ প্ৰতিপাল কৰা, কাৰ্য, self-help, self- + উপাৰ্জিত, ঘটা নিজে ঘটা, আপুনি support. 61, self-acquired. স্বাৱলম্বিত, বি. আপোনাক আপুনি স্বাৱলম্বী, প্ৰতিপাল কৰা, নিজৰ উৎ YHTE 75 576p/at, self-supporting. স্বীকাৰ, স. শ. (সং. স্বীকাৰ—-স্ব, নিজ + কৃ, , বৰ্ণমালাৰ তেত্ৰিশ সংখাৰ আখৰ, the কৰ গাত লোৱা বা লৈ কৰা কাৰ্য; thirty-third letter of the consonants. অঙ্গীকাৰ, প্ৰতিজ্ঞ, confession, ae- হ, অ, ধা, (সং. , বৰ্ত) জন্ম ল, ওপ; knowledgment, promise, agreement. যেনে, সন্তান হৈছে; উৎপত্তি লড়; স্বীকৃত, বি. স্বীকাৰ কৰা, গাত লোধা বা যেনে, গছৰ পুলি হয়, বাৰিষা বৰষুণ হয়; সৈ কৰা, অঙ্গীকাৰ কৰা, exonfessoct, ac- সমাপ্তি বা সম্পূৰ্ণতা পা; যেনে, কাম knowledged, promised, agreed. হল; কোনো এক অৱস্থা বা পদ ল; স্বীয়, বি. (সং. স্বীয়-স্ব, নিজ) নিজৰ, যেনে, ৰজা হল, fa) bo, to exist, to আপোনাৰ, (one's own, he horn or produced, to be finished, স্বেচ্ছ, স. শ. (সং. স্বেচ্ছা-~~-স্ব, নিজ + to become. কুদ, স, হওঁতা, (স্ত্ৰী) ইতী ইচ্ছা, বাঞ্ছা) আপোনাৰ বাঞ্ছা, (১ne's বা হোৱতী। own will or way. . এই ধাতু পুৰণি কালত “হু” আছিল; স্বেচ্ছাচাৰ, স. শ. (সং, স্বেচ্ছাচাৰ~-স্বেচ্ছা, এতিয়াও অনেকে হুইছে, দুব, এনেকৈ ঐ+আচাৰ, বাৱহাৰ) নিজৰ ইচ্ছা অনু- বোলে। সাৰে চলন, আপোনাৰ মনৰ দৰে কৰা হও, কদ, স, হোৱা কাৰ্য্য, ওজন, সমাপ্তি 7649, the act of following one's 944, the act of heing, &c. own will or inclination, হংস, স. শ. (সং. হংস-হন, বধ কৰ) এবিধ স্বেচ্ছাচাৰী, বি. (সং. স্বেচ্ছাচাৰি-স্বেচ্ছা- পানীত চৰা চৰাইৰ মত, হাঁহ, a gander, চাৰ+ইন) আপোনাৰ ইচ্ছা মতে চল, a trake. (স্ত্ৰী) হংসী। ম নে মাইকী Cottaa tena, wilful, selfwilled. বিশেষকৈ নকৈ কেৱল হাঁহ জাতিৰ চৰাইক স্বেচ্ছাচাৰে, ক্ৰি. বি. নিজৰ ইচ্ছাৰ দৰে, বুজাব লাগিলে এই শব্দ ব্যবহৃত হয়। succording to one's own will. যেনে, হংসগতি। সংস্কৃত অকল ৰাজ- দ্বৈদ, স. শ. (সৎ, স্বেদ- -ম্বি, ঘাম ওলা) হক মাথোন হংস বোলা যায়, কিন্তু ঘাম, উত্তাপ পাই গাৰ পৰা ওলোৱা পানী অসমীয়াত সি সকলো হাঁহ বুজায়। sweat, perspiration হংসগম, স শ. { সং হংস গমন, হংস স্বেদ, বি. (সং. সেদজদে, ক্লেদ +জ, হংস-গতি, গতিহংস, ৰাজ-হহ + গমন, ওপ) দুৰ্গন্ধ আৰু মলিন পানী আদিত গতি, খোজ চলোৰা) ৰাজহংসৰ নিচিনা জম্মা; যেনে, মহ পোক আদি, engen- গতি, গহীনকৈৰ ৰাজহাঁহৰ নিচিনাকৈ dered from damp and dirt. scatat ca, a slow and graceful পদজল, স. শ. (সং, স্বেদল--সেদ, ধাম gait. +জল, পানী) ঘামৰ পানী, ঘাম, sweat, হংস-গামিনী, বি. (সৎ, হংসগামিনী-হংস- perspiration. , গামি শব্দৰ স্ত্ৰীলিঙ্গ) গহীনৰূপে আৰু পৈদবিন্দু, স. শ. (সং. স্বেদৱিন্দু-স্বেদ, ধীৰে ধীৰে গতি কৰা, (সুন্দৰী তিৰোতাৰ ঘাম + বিন্দু, টোপা) খামৰ টোপা, a বিশেষণ), walking slowly and grace drop of perspiration. fully (said of a beautiful woman)