পৃষ্ঠা:হেমকোষ.pdf/৯৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হটনি 1

“হ” চোৱা। হয়ে, ইহা-মা, স. শ. (অ. হাঁহ, আনন্দ প্ৰকাশ কল্ +মাত, কথা কী আপুনি বিয়া নকৰা তিৰোত বা মতাৰে সৈতে অনুচিতৰূপে FaY optattut, impropur familiarity with a man or woman not married to one's self. ইহুৱা, স. বা. (অ, ই, আনন্দ কৰি ত উলিয়া (আন এজনৰ ঘঁহি তেল, হাদ কৰা; যেনে, তোক হঁহুৱাম; হিয়াত কৰা, নিন্দা কৰা; যেনে, মূখ লৰাই বাপেকৰ নাম ‘হুয়ায়, to cause to langu, to cause to be ridiculer, to bring a disgrace upon. হক, বি. (আ.) সঁচা, যথাৰ্থ; যেনে, হক কথা, real, trle. স. শ. স্বত্ব, অধিকাৰি, দাবি; সেনে, সেই মাটিত তাৰ হক আছে, riglit, claim. হকাহনা, স. শ{ গ. ইক, অনুৰূ. } উচ্ছ

  • 7777 $94 7*, a wrangle, a noisy

dispute, হকুহ, অনুৰূ, বৰকৈ ঘঁহাৰ নিচিনা শব্দ, au imitative sound used to express that of loud laughter. ইঙৱা, স. প. ( অং. হাগ, শৌচ কৰ) শৌচ কৰা, মল-ত্যাগ কৰ, to cause to) cvacuate the bowels. গুৰ, বি. ঘনে ঘনে হাগি থকা, পেট- ৰুগীয়া, having looseness of the howels, dyspeptic. , হঙ্গ, স, শ, (সং. সঙ্গম, একত্ৰ হোৱা) অনেক লোকৰ এক স্থিতি, বহুত মানুহ গোট খোৱা কাৰ্য; যেনে, ভাত মানুহৰ 77 CECE, a concourse, a crowd. কুঞ্জ, স. শ. পৰিম কৰি হাতেৰে কৰা কাম, হাল-বোৱা, কোৰ ধৰা, ঘৰ সজা, ইত্যাদি ঘৰ আদি সাজিবৰ নিমিত্তে লাগতিয়াল বস্তু; যেনে, ঘৰ সাজিবলৈ হজ গোটাইছে, manual labour, materials for a building, &ce. ইজুৰ, সশ. (যাং, হুজুৰ, সাজাত আগত থকা মান্য লোক জনা, presente, ... the noble inan present. হজুৱা, বি. { অং.) হজ কৰা; এতেকে চহা, aucsing manual work, rustic, Title. . . হজ কৰোতা, হাল কোৰ বোকা বানুহ, কুলী, a common lalxotiror, il rustic, a clown. (1) ratati ইজুৱালি, গু. শ. হজুৱাৰ ব্যৱসায় বা কাম; যেনে, হজুৱালি কৰি খাওঁতা; হজুৱাৰ নিচিনা আচৰণ; যেনে, হজুৱাই হজুৱালি afat atatta, manual labour, rude- ness, rusticity. { অং. হজ-গড়} ধৰ আদিৰ কাৰণ গ। কাঠ বঁহ আছি, materials for a milding, &c. ইঞে, সঙ্গে, অব্য, ( স. হঞ্জে, বেটীৰ সম্বোধন) বেটীক বা সামান্য তিৰোতক মতা মাত; যেনে, হজ্ঞে, পুহী এই কাললৈ ‘আহ্, হঞেৰ কুণী, কটাৰী চুৰুণী। কটাৰী নিদিয় কিয়? ৰাম-জানে, কী। 1" vocative particle used in addressing a maid servant or an inferior woman. হটু, স. বা. (স’, হঠ, পীড়া কৰ) বেয়া বোল, দোষাৰোপ কব, নিন্দ; যেনে, বেয়া কাম কৰিলে দহ জনে হটে, to censure, to barne. হটু, অ. . ( হিং. হটন, পাচ হোঁহক) ৰণত পাচ হাহক, পৰান্ত হৈ পাচুৱা; যেনে, ৰণত হটিল; পাচলৈ যা; যেনে, অলপ হটি বহু, to retreat, to fice from an crteiny, to recoil, to fall. back. হটঙ্গ, বি. ওখ, ডাঙ্গৰ; যেনে, হটঙ্গা মুনিং, tall and stont. (স্ত্ৰী) হটঙ্গী। হট, ক. স. (অং হট্ট, নিন্দ; পাচ হোঁহক, নিলা বা দোষাৰোপ কৰণ; ৰণত পাচ হোহকা কাৰ্য্য, the act of censuring or blaming, the act of retreating, হটনি, স, শ, (অৎ, হটু, নিশা) নিন্দা, 3