পৃষ্ঠা:হেমকোষ.pdf/৯৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বস্ত্যয়। ১৪ স্বাৱলম্ব। স্ত্যয়, সশ. (সং. সস্তায়ন – দস্তি, কুশল + অয়ন, আগমন } শুভ ইবৰ বা অশুভ গুচিবৰ নিমিত্তে কবা মন্ত্ৰ পাঠ, পূজা বা দেৱতাৰ স্মৃতি, শান্তি-কৰ্ম্ম, a ceremony performed toavert or remove an evil. স্বস্থ, বি. (সং. স্ব-প, নিজ অৱস্থা + স্থা, থাক) নিজৰ অবস্থাত থকা, সুস্থ, নিৰোগী, healthy, well. স্বস্থতা, শু. শ. নিৰোগিতা, ৰোগ নথকা 379, healtliness, healthi. পাৰ্তী, স. শ. (সং, স্বাতী--সু, শুভ + তা গতি কী পোন্ধৰ সংখ্যাৰ নক্ষত্ৰ, তাৰ 091964 17a, the fifteentl. lunar nat)son. সাদ, স. শ. {সং. স্বাদ---স্বাদু, চাকি চা) আস্বাদ, সোৱাদ, জি বা অন ইন্দ্ৰিয়ই বুজা ৰস, fast, favor. “সোদ চোৱা। স্বাধীন, বি. (সং. স্বাধীন--, নিজ + অধীন তলতীয়া; আপোনাৰ অধীন) স্বতন্ত্ৰ, লোকৰ অধীন নোহোৱা, independent. স্বাধীনতা, স. শ. লোকৰ তলতীয়া নোহোৱা el, independence. স্বাধ্যায়, স. শ(সং. সাধ্যায় -প, আপোন + অধ্যায়, পাঠ; ব্ৰাহ্মণৰ নিজৰ অৰ্থাৎ ঘাই পাঠ) বেদ পাঠ, বেদ পঢ়ন, terusal of the Vedas, স্বাভাবিক বি. (সং. স্বাভাৱিকসভাৰ, প্ৰকৃতি) স্বভাৱ সম্পৰ্কীয়, স্বভাৱতে হোৱা; যেনে, স্বাভাৱিক দান, natural, innate. লিষিত, বি. (সৎ, সাভিলষিত-৭, নিজৰ + অভিলষিত, বাঞ্ছিত আপোনাৰ বাঞ্ছিত, নিজে ইচ্ছা কৰা, desire, wished for. স্বাভিলাষ, ২. শ. (সৎ, স্বাভিলাষ, নিজৰ •+ অভিলাষ, বাঞ্ছ) নিৰ বাঙ্কা, wirottata $65% one's own desire or object. . স্বামিত্ব, গু. শ. (সং. দামিত্ব—স্বামি, গৰাকী বা পতি) শঙিৰ বা গৰাকীৰ ক্ষমতা বা অৱস্থা, ownership, mastership, the state or condition of a husband. স্বামিজে, ক্ৰি. বি. মিস্বৰূপে, গৰাকী বা পতিৰূপে; যেনে, সীতাই ৰামক স্বামিখে afica, ris a master or husband, স্বামিভক্তি, স. শ. (সং. স্বামিভক্তি—আমিন, গৰাকী বা পতি+-ভক্তি, সেৱা, খাটনি) গৰাকীক বা পতিক কৰা সেবা বা খাটনি, loyalty. মিসেৱা, স. শ. { স. মিসেৱা-স্বামিন + সেৱ, শুশ্ৰুষা } গৰাকীৰ বা পৰি শুশ্ৰষা, বা আলপৈচান, service re- derer tainaster or lusband. স্বামী, স. শ. (সং, স্বামি -প, নিজ + শামি, প্ৰত্যয় } অধিকাৰ, গৰাকী; পতি a master, a loril, a busanal. স্বাৰ্থ, স. শ. (সং, স্বাৰ্থ--স্ব, নিজৰ + অৰ্গ, লাভ ) নিজৰ লাভ বা মঙ্গল, আপোনাৰ হিত; যেনে, ইয়াত তাৰ স্বাৰ্থ নাই, solf- interest, স্বাৰ্থপৰ,? বি. (সং. স্বাৰ্থপৰ, স্বাৰ্থ- স্বাৰ্থপৰায়ণ, { পৰায়ণ-স্বাৰ্থ, নিজৰ হিত Hপৰ, পৰায়ণ, ৰত) নিজৰ হিত বত, নিজৰ লাভলৈ মাথোন কাৰবাৰ কৰা, sellish. স্বাৰ্থপৰতা, } . শ. আপোনাৰ ভাললৈ স্বাৰ্থপৰায়ণতা, মাথোন যত্ন কৰা 'গুণ, selfishness. স্বাৰ্থপৰতাশূন্য, বি. স্বাৰ্থপৰতা নখকা, dis. interested , স্বাৰ্থসিদ্ধি, স. শ. সং. স্বাৰ্থসিদ্ধি—স্বাৰ্থ, নিজৰ কাম বা বাঞ্ছা+ সিদ্ধি, সম্পন্ন আপোনাৰ বাৰ বা কাৰ্য্যৰ সিন্ধি, অভিলষিত বস্তুৰ প্ৰাপ্তি, accomplisli- ment of one's own object or acquire- ment of a thing desired. স্বাৰ্থ-হনি, স. শ. {সং, স্বাৰ্থহানি~-স্বাৰ্থ, নিজৰ ৰা বা লাভ + হানি, ক্ষতি ) আপোনাৰ লাভৰ নাশ, নিজৰ হনি, the loss of one's own advantage or profit. স্বাৱলম্ব, স, শ, (স. স্ব—আপনি + অৱলম, আয় কৰণ) আপুনি আপোনাৰ