পৃষ্ঠা:হেমকোষ.pdf/৯৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ খস্তিবাচন C farfo, hoarseness or huskiness of voice. স্বৰূপ, বি. (সং. স্বৰূপ--স্ব, আপোনাৰ + ৰূপ, গঢ়; যি যাৰ, আপোনাৰ বা স্বাভা- ৱিক গঢ়, সেয়ে সত্তা, যি তাৰ বিপৰীত, সি মিছা, এতেকে সতা, যথাৰ্থ, সঁচা; তুল্য, সদৃশ (এই ভাবত এটা সংজ্ঞা শব্দৰ লগ লাগে); যেনে, বিষ্ণুৰূপ, দেৱম্বৰূপ, exact, real, true, like, similar in this sense it is used in composition, as the last member of a word). স্বৰূপাক্ৰি. বি. প্ৰকৃত পক্ষে, যথাৰ্থপক্ষে, স্বৰূপকৈ কব লাগিলে, in reality. ই স্বৰূপাৰ্থ শব্দৰ সপ্তমীৰ পদ; কিন্তু অসমীয়াত সেই শব্দৰ আন বিভক্তিত বাৱহাৰ নাই; এতেকে ইয়াক ক্ৰিয়া- বিশেষণৰূপে ব্যৱহাৰ কৰা যায়। স্বৰূপ, বি. (সৎ, স্বৰূপিন~স্বৰূপ+ ইন্} দুল্য, সদৃশ (এটা সংজ্ঞা শব্দৰ লগ লাগে }; যেনে, দেৱম্বৰুপ, (used in composition, as the last member of a worl). (স্ত্ৰী) স্বৰূপিণী। স্বৰূপে, ক্ৰি. বি. সচাকৈ, নিশ্চয়ে; যেনে, স্বৰূপে কৈছো; ৰূপে, কোনো এক শক্তি বা অৱস্থাৰে (এই ভাবত এটা সংজ্ঞা শব্দৰ লগ লাগে); যেনে, ঈশ্বৰে বিষ্ণু- স্বৰূপে পালন কৰে, truly, certainly, in the character or condition of, in the latter seuse it is used as the last member of a word). স্বৰ্গ, স. শ. (সং. স্বৰ্গ, সুখ + ঋজু, পা; তাত সুখ পোৱা যায়, এতেকে) সুৰলোক, দেৱতা আৰু পুণ্যৱন্ত শোক সকলৰ নিৰাসৰ ঠাই, heaven, the residence of the gods. অৰ্গাঢ়, বি. (সং. স্বৰ্গাৰূ-স্বৰ্গ, ঐ + আৰুচু, উঠা) স্বৰ্গলৈ উঠা, স্বৰ্গলৈ গতি কৰা; যেনে, পাণ্ডৱৰিলাৰু স্বৰ্গাঢ় হল, gone to heaven. অৰ্গাৰোহণ, স, শ, {সং. অৰ্গাৰোহণ-স্বৰ্গ, ঐ+ আৰহণ, উঠন) স্বৰ্গ উঠা কাৰ্য্য, স্বৰ্গলৈ গমন, the act of going to heaven. স্বৰ্গী, বি. (সং, স্বৰ্গিন-স্বৰ্গ + ইন্) স্বৰ্গৰ, স্বৰ্গত থকা; স্বৰ্গলৈ যোৱা, heavenly, gone to heaven. স্বৰ্গীয়, বি. স্বৰ্গৰ; স্বৰ্গত থকা, heavenly, <divine,flvelling in heaven. . স্বৰ্ণ, স. শ. (সৎ, স্বৰ্ণ-সু, উত্তম + অৰ্ণ, পানী, তাৰ উত্তম পানী হয়, এতেকে) সোণ, god. পৰ্ণ-কান্তি, স, শ, (সং, স্বৰ্ণকান্তি—স্বৰ্ণ, সোণ + কান্তি, দীপ্তি, বৰণ) এবিধ ফুল, a kitxl of flower. স্বৰ্ণকাৰ, স. শ. ( সং, স্বৰ্ণকাৰ--- + কাৰ, কৰোতা) সোণাৰি, a seoldstitls. স্বৰ্ণময়, বি. সুবৰ্ণময়, সোণেৰে সজ, gold. স্বৰ্ণটু, স. শ. (সং. স্বৰ্ণৱট স্বৰ্ণ, শোণ + ট, বড়গছ) হালধীয়া খুৰি মেলা এবিধ বট 95, a kind of Indian fig tree. স-লেক, স, শ. (সং. স্বলোক, সাত স্বৰ্গৰ এক) দেৱতাবিলাকৰ ঠাই, the region of the gods. স্বল্প, বি. { সং. স্বল্প--, নিচেই + অল্প, তাকৰ ) নিচেই তাকৰ, অতি অলপ, very little, very few. স্বস্তি, ডা. অব্য. {সং. স্বস্তি, কুশল + অস্তি, হয়) আশীৰ্বাদ বুজোৱা মা, putat c#, may prosperity attend. স্বস্তিবাচন, স, শ, (সং, স্বস্তিকাচন-স্বস্তি, কুশল+ৱাচন, উক্ত কোনো ধৰ্ম্ম কাৰ্য্যৰ আৰস্তুত সেই কাম ভালৰূপে সম্পন্ন হবৰ নিমিত্তে দেৱতাক প্ৰাৰ্থনা কৰি চাউল ছটিওৱা কাৰ্য্য, মঙ্গলাচৰণ, a prelimi- nary religious rite, in which the blessings of the gods are invoked for the happy termination of the cere- mony about to be commenced. সম-মঙ্গলাচৰণ, স্বস্তিবাচন; প্ৰথম টো সাধাৰণ' শব্দ; অন্তিবাচন কেৱল ধৰ্মকাৰ্যৰ আৰস্তুত কৰা যায়।