পৃষ্ঠা:হেমকোষ.pdf/৯৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোহই। চল বতাহৰ দৰে শব্দ কৰ, to make a rushing sound, like that of a rapid current of wind. সোহাই, ক্ৰি. বি. ( অ, সে সো, বেগেৰে চলা বতাহৰ নিচিনা শব্দ বাথ হৈ বেগেৰে, গুমাই; যেনে, সোহাই আহিছে, witli haste and impatience. সৌ, বি. সৰ্ব্ব, নিচেই ওচৰ নোহোৰ, কিন্তু চকুৰে দেখা; যেনে, সোটো পৰ্বত, yon, yonder. সৌকৰ্য, গু. শ. (সং, সৌকৰ্য সুক, উজু) অনায়াসে কৰিব পৰা গুণ, tarot, fuility, feasibleness. সৌকা, স. শ. মানুহে লাখুটি কৰা এবিধ cio, a kind of ratan send as a divining rod, also a walking stick. সোকা মেল, চোৰ বা চোৰে নিয়া বস্তু উলিয়াবলৈ মন্ত্ৰেৰে জৰা সৌকা ধৰা, মানুহ পঠিয়া, to make use of a (livining rod to find out a thief or stolen property. সৌকা গোম্, স. শ. (অং. সৌকা, ঐ। গোম, বিষাল সাপ) সৌকাৰ আকৃতিৰ এবিধ ফেট নথকা বিষাল সাপ, a kind of poisonous snake. সৌজন্য, ও. শ. (সং. সৌজন্য সুজন, ভদ্ৰ লোকভদ্ৰ লোকৰ আচৰণ, শিষ্টা- 644, civility, gentlemanliness. সৌদামিনী, স. শ. (সং সৌদামিনী - সুদামন, মেঘ। বিহুলী, lightning, সৌন, বি. বুদ্ধিমান, চতুৰ, intelligent, sharp. সৌন্দৰ্য্য, ঙ. শ. (সৎ, সৌন্দৰ্য্য --সুন্দৰ, শোভা) শোভা, শুৱনি গুণ, beauty. সৌভাগ্য, স, শ, (সং সৌভাগ্য—সুভাগ্য, ভাল কপাল) সুকপাল, শুভদ, gor fortune. সৌম্য, বি. (সৎ, সৌম্য – সোম, চন্দ্ৰ; চৰ দৰে শীতল ) শান্ত, শিষ্ট, ধীৰ, gentle, placid. স্তন্যপায়ী। সৌম্যতা, ও, শ, শান্ত, শিষ্টতা, gen- tleness. সৌৰ, বি. (সং. সৌৰ-পূৰ, সূৰ্য) সূৰ্য্য সম্বন্ধীয়, সূৰ্যৰ গতি ধৰি গণনা কৰা; যেনে, সৌৰ মান, solar. সৌৰ, স. শ. (সং. সৌৰভ-সুৰভি, সুগন্ধি) ভাল গন্ধ, সুজ্ঞাণ, fragrance. সৌৱা, বি. সৰ্ব. সেই চকুৰে দেখা, কিন্তু নিলগত থকা বস্তু; যেনে, “সৌৱা, হাতী আহিছে,” চা, yonder. সৌহাৰ্দ, গু. শ. (সং. সৌহাৰ্দ, সৌহৃদ্য সৌহৃদ্য, } —সুহৃদ, বন্ধু বন্ধুতা, মিল, friendshi}, “সৌহাৰ্দ্য,” এনেও হয়। স্কন্ধ, স. শ. (সং. স্কন্ধ--ক, মূৰ+ধা, ধ, মূৰটো ধৰি থাকে, এতেকে) কান, বাহুৰ মূলৰ ওপৰ ভাগ, the shoulder. , স্থল, কুদ, স. (স. খলনস্থল, তললৈ প) পতন; পিছলন; লৰণ, পিংলা, পৰা বা লৰচৰ হোৱা কাৰ্য্য, the act of falling, shaking, slipping. স্খলিত, কৃদ, বি. পতিত, পিছলি পৰা; যেনে, উন্মত্তৰ পা স্বলিত লৰচৰ হোৱা, অস্থিৰ, বিচলিত; যেনে, সাধুৰ কথা কেতিয়াও খলিত নহয়; ভালকৈ মুফুটা, স্পষ্ট নোহোৱা (বাক্যত খাটে); যেনে, বুঢ়া মানুহৰ আৰু মদপৰ বাক্য স্বলিত হয়, fallen, slippect, shaken, unsteady, stuttering. স্তন, স, শ, (সং. স্তন স্তৰ, শব্দ কৰ} feratet for, the female breast. স্তনপান, ম. শ. (সং. স্তনপান-গুন, পিয়াহ + পান, পিয়ন) পিয়াহ খোৱা কাৰ্য্য, tlie auf. of suelking. , সুন-মণ্ডল, স. শ. (সং. স্তনমণ্ডল-স্তন, ঐ মণ্ডল, চক্ৰ) তিৰোতাৰ স্তনব গোলাকাৰ বা ঘূৰণীয়া আকৃতি, rotundity of the female breast. শুনা, স, শ, (সং, স্তন্য-ন, ভিৰোতাৰ পিয়াহ) দুগু, এ গাখীৰ, milk. স্তন্যপায়ী, বি. (সৎ, স্তন্যপায়িন-অন্যা,