পৃষ্ঠা:হেমকোষ.pdf/৯৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৩৪ স্ত্ৰীধন্। +

ঐ+ পানি, পান কৰা) দুগ্ধপোষ্য, পিয়াহ | খোৱা, পিয়ন নছ, sueling. স্তব্ধ, কদ, বি. (সং. স্তব্ধ-শু, ৰোধ ক) ৰুদ্ধ হ, বিন্ধা মৰ; যেনে, বৰ হিলৈৰ শত কাণ গুদ্ধ; অবশ, লৰচৰ কৰিব নোৱৰা; যেনে, জিভা স্তব্ধ; তবধ, তথা, আচৰিত হৈ মাতিব নোৰ হোৱা; যেনে, এইবিলাক কাৰ্য্য দেখি স্তব্ধ, slut, stiff, paralyzed, amazed, surprised, wonderstruck. শুব্ধীভূত, বি. শুল্ক হোৱা, amazed, para- lyzed, stift. স্তম্ভ, স, শ, ষ, স্তম্ভ-স্ত, ৰোধ কৰ; লৰচৰ নকৰে, এতেকে) ইটা, শিল বা কাঠ আদিৰ খুঁটা; লৰচৰ কৰিব নোৱৰা অৱস্থা, জড়তা; যেনে, কাশীত ব্যাসৰ ভূজ-স্তম্ভ হৈছিল, a pillar, a post, stiffness. স্তন, কদ, স. লৰচৰ কৰিব বা চলিব নোৱৰা কৰা কাৰ্য কামদেৱৰ এপাট শৰ, stoppage, the act of pamlyziny, ote! of the arrows of eupid. স্তম্ভিতু, কদ.বি.জীভূত, লৰচৰ কৰিব নোৱৰা, , paralyzed, stiff, stopped, শুৰ, স. শ. (সৎ, সুস্থ, বহলা) তৰপ, a stratum, ওৱ, স, শ. (সং. স্তৱস্তু, স্মৃতি কৰ} স্তুতি, মিনতি, প্ৰশংসা; ঘাইকৈ দেৱতাৰ গুণ- 9717, praisc, eulogium, a lıymn or prayer to a god. স্তৱ, স. শ, স্তুতি কৰো, প্ৰশংসা কৰোতা; উচ্চ প্ৰশংসাৰ দ্বাৰা উচটাওঁতা, a praiser, a flatterer, জুতি, ম. শ. (সৎ স্তুতি, ঐ} মিনতি, প্ৰশংসা; ঘাইকৈ দেৱতাৰণানুবাদ বাস্তৱ, praise, a hymn or prayer to a god. প, স, শ, (সং. স্থূপ—প, দমা) থুপ, দম, a heap. স্তোত্ৰা, স. শ. (সং. স্তোতৃ-, প্ৰশংসা ক) ব্যক্তি কৰো, প্ৰশংসা কৰোতা; দেৱক ধন্যবাদ কৰে, a praiser, a panegyrist, one who offers praise and prayer to a god. স্তোত্ব, স. শ. স্তৰ, দেৱতাৰ গুণ বৰ্ণাই কৰা Ety, praise, panegyric, a lymu or prayer to a god. স্ত্ৰী, স. শ. (সৎ, স্ত্ৰী-স্ত্যৈ, লগ লগা ferato), a woman, a female. স্ত্ৰী-আচাৰ, স, শ, (সং, স্ত্ৰী-আচাৰ-প্ৰী, তিৰোতা+ আচাৰ, ব্যৱহাৰ) বিয়াত দেশৰ ৰীতি অনুসৰি তিৰোতাবিলাকে কৰা কাৰ্য্য, the ceremonies performed by women at marriages according to local Custonis. স্ত্ৰী-চিহ্ন, স. শ. (সৎ স্ত্ৰীচিহ্ন—-স্ত্ৰী, তিৰোতা + চিহ্ন, চিন) তিৰোতাৰ চিন, যোনি, the l'emale organ of generation. স্ত্ৰী-জি, বি. (সং. স্ত্ৰীজিত-স্ত্ৰী, তিনোত + জিত, পৰাজিত ভাৰ্য্যৰ বশ, ভিৰোত- (97924, henpoeked. স্ত্ৰীধন, স. শ. (সং. শ্ৰীবন--স্ত্ৰী, তিৰী + ধন, সম্পত্তি) ভিৰোতাৰ স্বতন্ত্ৰ সম্পত্তি। সি ছয় প্ৰকাৰ; যেনে, বিয়াৰ হোমৰ আগত যৌতুকত দিয়া, স্বামীৰ ঘৰলৈ যাওঁতে বাটত দিয়া; স্বামীয়ে, আন এক ভাৰ্য্যা বিয়া কৰিবৰ সময়ত মনত সন্তোষ দিবৰ নিমিত্তে দিয়; মৰম কৰি কোনো জনে দিয়া; আপুনি কটনা কাটি ঘটা; বিয়াৰ পাচত পিতৃ মাতৃ বা ভাত আদিয়ে দিয়া 47 77 78, woman's exclusive pro- perty, which is of six kinds, viz., what is received before the sacri- ficial lire at the marriage, what is presented at the bridal procession, what is given her by her husband on marrying another wife, what is presented her by any one as a tuken of affection, what is carned by herself hy manual labour during marriage, what is received from the parents or brothers, &c., after marriage.