পৃষ্ঠা:হেমকোষ.pdf/৯৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সোম-পান্। সোমোৱা। a এই পান কৰা এবিধ লতা, tree (Mochilux Oloralissima, Watt) which in Assam is used to feed muga silk worms. সোম-পা, স. শ(সং. সোমপান-সোম, সোম লতাৰ ৰস+ পান, পিয়ন) যত সোমৰ ৰস পিয়া কাৰ্য্য, the act of drinking the juice of the above. সোমা, অ, ধা. স. ধ. (সং. সমায়াত, ওচ- ৰলৈ অহা; হিং, সমান, প্ৰবেশ কৰ) প্ৰবেশ ক, ভিতৰলৈ যা; যেনে, ঘৰত সোমাল বা ঘৰ সোমাল, to enter, to ) in. কুদ, স. সোমাওঁত, (স্ত্ৰী) সোমাতী। সোমূৰীয়া, বি. (সং. সোমৱাৰ, দ্বিতীয় বাৰ } সোমবাৰে হোৱা, সোমাৰ সম্ব- 19, born, produced on or relating to Monday. . সোৰা, বি. চোক নথকা, মুখত নধৰা; যেনে, সোৰা ধপাত; ধাৰ নথকা, ভাল- কৈ নকটা; যেনে, সোৰ খুৰ, not piquant, mild to the taste, not sharp or keen-edgeil. সোৰোৰ, সৰপ” চো। সোৰ-সোৰণি, স. শ. (সোৰ-সোৰ, অলপ অলপকৈ কলাৰ নিচিনা শব্দ। অলপ অলপকৈ কাৰ শব্দ; অলপ অলপকৈ proti pt, a whimpering sound, সোলা, বি. (অং সলসল, কঁাত নথকা মানু- হৰ কথাৰ নিচিনা শব্দ ) দন্তহীন, গত নথকা, toothless. (স্ত্ৰী) সুলী। সোল, } স. শ. (সং. ছোলঙ্গ, এবিধ সোলে, টেঙ্গা ফল) এবিধ বৰ উগ্ৰ Copy a, a kind of citron or acid fruit. সোলক, সধ, (অ. সোলক, মুকলি হ) বান্ধৰ পৰা মুকলি কৰু, বন্ধু অৱস্থাৰ পৰা মুক্ত ক; যেনে, গৰুৰ পঘ সোলো- কালে, দাৰ নাল সোলোকালে, to untic, to xose. বি. বন্ধ নথকা, বন্ধু- নৰ পৰা মুক্ত; বান্ধ ঢিলা হোৱা; যেনে, contratti, loosed, slackened. সোলোক ঢোলে, বি. ভালকৈ খাই নধৰা, ঢিলা, সোলোকা, লোলা, loose, slack, not tiglit. সোৱাই সোৱাই, ক্ৰি. বি. (অং. সহ, সুখত স্থিৰে থা) সহিব পৰাকৈ, দুখ নিদি- যাকৈ, লাহে লাহে; সেনে, সোৱাই সোৱাই গাৰ চেপিবা, slowly and lightly, so as not to give pain. সোৱা, স. শ. { সৎ, স্বাদ, আঙ্গদ জিভাই বুজা মিঠা ভি আদি ৰস; যেনে, মৰি- চৰ জালেই সোৱাদ; এতেকে আন ইন্দ্ৰিয়ই পোৱা আস্বাদ; যেনে, কাণে গীতৰ সোৱাদ বুজে; মিষ্টতা, মিঠা গুণ; যেনে, পৰ্নীয়া গাখীৰত সোৰাদ নাই, taste, favour, svectness, fq. fè, মিঠা, ইন্দ্ৰিয়ক সুখ দিয়া; যেনে, সোদ আম; সোৱাদ মাত, sweet, ageable to the senses, pleasant. সো-সো কৰে, ক্ৰি. বি. সস সস, বেগাই চলা বতাহৰ নিচিনা শব্দ। সে সো শব্দ কৰি, বেগাই; যেনে, পাল তৰা নাও সস সো কৰে যায়, rapidly (said of moving). সোপোৰনি, স. শ. বেগেৰে চলা বতাহৰ

  • 4, the sound of* a rapid current

of wind. . সোসোৱা, অ, ধ, সো-সো শব্দ কৰু, বেগেৰে a low cry. সোৰসুৰীয়া, বি. অলপ কথাতে কলা; সদায় কান্দি থকা; যেনে, সোৰসুৰীয়া 79, whimpering, blabbering. সোপোৰা, অ, ধ, সৰু সৰু শব্দ কৰি sty, to whimper, to Llubber. শোসোৰ কৰে, ক্ৰি. বি. ধাৰে বৈ; যেনে, চকুৰ পানী সোসোৰ কৰে পৰিছে, in a streain. সোল, অ, ধা. { হিং. খুলনা, মুকলি স্থ) বা মুকলি হ; যেনে, গাঁঠি সুলকিল; বা খহি এৰা, বান্ধৰ পৰা এৰাইপ; যেনে, কোৰৰ নাল সুলকিল, to be untied; to get loose.