পৃষ্ঠা:হেমকোষ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকৰ্ষণ। আকোঁচা। আকৰ্ষণ, কৃ. স. (সং. ঐ) টনা, বলেৰে hifa way, the act of attracting. আকষি, কৃদ. বি. (সং. ঐ টন, যাক টনা

  1. , attracted, drawn.

আক, স, ধা: (সৎ, আ, উপস.+ক, গণনা ক) চকুৰে ম দেখ, to perceive by the eye, , to discern. আকল, কদ.স.মনিব পৰাশক্তি; যেনে, ভাৰ চকুব আকলন নাই, the power of dis- cerning . আকল, বি. ( অ, আ, ন+ স’ কলন, শব্দ কৰণ, অৰ্থাৎ মাতিব নোৱৰা) কেঁচুৱা, নিচেই সৰু; যেনে, আকলন লৰা ছোৱালী। মূল অনুসাৰে এই শব্দ মাত নুষুটা লৰা ছোৱালীত হে খাটিব পায়; কিন্তু ব্যৱহাৰত কাম কৰি খাব নোৱৰা লৰা ছোৱালীকে বুজায়, very young (immature). আকলি-বাকলি, স. শ. (অ. আকলি, অনুব্ধ + বাকলি, ছাল ) অকামিলা বস্তু, সামান্য 79, (calfat), things of no moment, odds and ends. আকলুৱা, বি. (অ. আকাল, দুৰ্ভিক্ষ) আকালৰ পৰা কষ্ট পোৱা; হেপহুৱা, বৰকৈ হাবিলাষ কৰা, famine-stricken, louging for, cagerly desiring. আকস্মিক, বি. (সং. অকস্মা, হঠাত্ অক- septie (), sudden, accidental. আকাংক্ষা, স. শ. (৭. অ, উপস:+কাক্ষ, বাঞ্ছা কৰ) বৰ বাঞ্ছা, বলৱান ইচ্ছা, longing, a craving desire. আকাংক্ষী, বি. বাক, আশা এৰিব নোৱৰা, expectant, craving. আকাৰ্জী, বি. (অ, আ, ন+কাজী, কাম কৰিব জনা) অকাজ-ভাগী, বব কাটিব নজনা (স্ত্ৰী), ignorant of the art of weaving and spinning. . আকাৰ, স. শ. (সং. আ, উপস+ক, কৰ) আকৃতি, গঢ়, ঠগ; বৰ্ণমালাৰ আদি আখৰ আ, a form, a shape; the letter. আ- আকাৰান্ত, বি. (সং, আকাৰ, আ আখৰ + অন্তু, শেয) আকাৰ অন্তুত-প্ৰকা, ending in আ. আকাল, স. শ. (অ, আ, বেয়া+ কাল, সময়) বেয়া. সময়, অৰ্থাৎ আহৰ পাবলৈ টান হোৱা সময়, দুৰ্ভিক্ষ, a famine, আকাশ, স. শ. (সং. অ, উপস: + কাশ, দীপ্তি ক) মূৰৰ ওপৰৰ শূন্য, গগণ, the sky, air, atmosphere. আকাশী-বাণী, স. শ. (সং. আকাশ-বাণী, ওপৰৰ পৰা কোৱা বাক্য) আকাশৰ পৰা দেৱতাই কোৱা কথা, দেব-বাক্য, a voice from heaven. আকাশ-বাতী, স. শ(সং. আকাশবৰ্তী, ওখত লগোৱা চাকি। কাতি মাহত দীঘল বাঁহৰ ওপৰত লগোৱা চাকি; জাহাজত ফুৰা মানুহৰ উপকাৰৰ নিমিত্তে ওখ ঠাইত TRRY CH74, a light suspended from long roles in honor of Vishnu in the month of Kartic, a beacon. আকাশ-জালু, স. শ. (সং. আকাশ, গগণ + জাল, এবিধ জৰীৰ ফাবনৰীয়া হাঁহৰ নিমিত্তে ওখ বাঁহৰ মূৰত পতা এবিধ 1, a net placed on two bamboos for wild ducks. আকুল, বি. (সং. আ, উপস.+কুল,সংগ্ৰহ ক) বিবশ, বিবুদ্ধি, দুঃখিত, distracted, harassed, confounlett. স্ত্ৰীং আকুল। আকুলতা, স. শ. (সং. আকুল) আকুল হোৱ 781, distmctedness, state of being harassed. আকৃতি, স. শ. (সং. অ, উপস.+ কৃ, ক) আকাৰ, গঢ়, a form. আকৃষ্ট, কদ, স.(সং. আ, উপস.+ কৃস্টান) আকৰ্ষণ কৰা, টনা, attracted, drawn. আৰ্কেতা, আঁকঁতী, “ আঁকৃ” চোৱা। আকোচা, বি-(অ, আ, ন+কেঁচা, সঙ্কোচিত হোৱা) লাজৰ বা অপমানৰ ভয়ৰ দ্বাৰা সঙ্কোচিত নোহাৱা; যেনে, আকেঁচা মানুহে অসঙ্গত কথা কবলৈ শঙ্কা নকৰে। ঘিণৰ নিমিত্তে পাচ নোহেঁহক, arta cious, having no afersion or hatred,