পৃষ্ঠা:হেমকোষ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 আখীয়া। আকৌ, ক্ৰি. বি. (অ. আকও, পুনৰায় ) পুনৰায়, again. আক্তা, সৰ্ব্ব, { অং. ইয়াক, এই নক+ তাক, সিজনক, এই জনক-সেই জনক, অনিশ্চিত লোক, to this person and that person, আক্ৰম, স. . (সং. আ, উপস.+ ক্ৰ, গতি ক) অপকাৰৰ ইচ্ছাৰে খেদি গৈ ধৰু, যুজিবলৈ য; যেনে, শত্ৰুৱে আক্ৰমিছে, to attack, to invale. আক্ৰমণ, কদ, স. (সং. আক্ৰমণ-আ, উপস, ক্ৰম, গমন ক) অপকাৰ কৰিবৰ কাৰণে খেদি ধৰা, যুঁজ-দিয়া, at attack, an invasion). আক্ৰমণ কৰু, অপকাৰ কৰিবৰ ইচ্ছাৰে খেদি ধৰ, যুঁজদি, to attack, আক্ৰান্ত, কদ, বি. (সং. আক্ৰাস্ত-আ, উপস+ক্ৰ, গতি কৰ) খেদি আহি ধৰা; ঋড়িত, attacked, distressed. আক্ৰোশ, স. শ. (সং. আ, উপস+ ক্ৰুশ, মাত) মনত ৰখা থং, কক্ষ, অনিষ্ট কৰি বৰ ইচ্ছ, a grudge, cherished ill-will. আক্ৰোহ, স. শ. (সৎ, আগ্ৰহ, ডাঙ্গৰ যত্ন ) এৰিব নোৱৰা আশা; কৃপণালি; যেনে, ভাৰ ধনলৈ বৰ আকোহ, avaricious- আখৰ, স. শ. (সং. অক্ষৰ, বৰ্ণ) ক, খ, আদি লেখা চি, বৰ্ণ, a letter of the alphabet. আখৰা, স. শ. (ব. আখড়া, গানে গাব বজাবলৈ গোট খোৱা ঠাই) অভ্যাস, শিকিবৰ নিমিত্তে যতন, ঘাইকৈ গাব- বজাবলৈ শিকা কাৰ্য, the act of practis . ing, especially the art of music and dancing; rehearsal. আখৰুৱা, বি. (অ. আখৰ, বৰ্ণ) লিখি থোৱা; যেনে, আখৰুৱা কথা কেতিয়াও নেহেৰায়; আখৰৰ সমান পুৰণি; এতেকে প্ৰাচীন; যেনে, আখৰুৱা বুঢ়া; আখৰ জনা, লিখিব-পঢ়িব পৰা; যেনে, আখৰুৱা মানুহ, redueed to writing; of great age (adjective of the won] "old"), able to read and write. আখৰুৱাকৈ, ক্ৰি. বি. অঙ্কৰ সলনি আখৰেৰে যেনে, আখৰুৱাকৈ কুৰি লেখা, in tetters as opposed to figures. আখ, স. শ, (অং. আখা, চৌকা) ভাত ৰন্ধা খোটালী, ৰান্ধনি ঘৰৰ যি খোটালিত চক থাকে, তাক “আখল” আৰু ভাত খোৱা খোঁটালিক “মজিয়া” বোলে, a cook iyon, the room in a native kit- chen in which food is cooked. আখা, স, শ. (বং আকা, চৌকা) চৌকা, ভাত ৰন্ধা উধান, a support for the cooking vessels. আখাপতীয়া, বি. { অং. আখা ঐ + পড়া, থোকা) চৌকাৰ উধানৰ দৰে তিনি চুকী- য়াকৈ পা বা বহা, seated or place like the three supports on which a cooking vessel is put. আখি, স. শ. {সং. অক্ষি, চকু) কাঠ বা বাঁহৰ চকু বা গাঁঠি; চক্ষু, জন্তুৰ চকু, a koot or protuberance caused by the outgrowth of a branch; the eye. আখীয়া, বি.~আখি-লগা, বহুত গাঁঠি প্ৰকা, knotty, full of knots. ness. e আক্ৰোহ, স. শ. (সং. আক্ৰোশ, খ} পেট লাগি থকা খ, কক্ষ; যেনে, মোলৈ তাৰ state, resentment, a cheristi- ed ill-will. আক্ৰোহ্ চাৰু, বহুদিনৰ মূৰত পোটক্ তোল, মনত লাগি থকা খঙ্গৰ নিমিত্তে অপকাৰ

  1. 4, to satisfy a grudge.

আক্ৰোহী, বি. (অ, আক্ৰোহ, আশা; খ) আশা এৰিব নোৱৰা, কৃপণ; পেটত খং 74 751933, puluious, miserly; spiteful. আখটি, সশ. (বং. আখুটি, জেউৰ) আs- খটি, আমনি; বৰাৰ দেউৰ, vexation, teasing, a whim of a child.