পৃষ্ঠা:হেমকোষ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঁতুলি আকৰ্ষক আঁতুলি, স. শ. (অং. অ, মূখ মেলা+ তো, ওপৰলৈ আন ) ওকালি, বাতি অহাৰ দৰে ওক ওক কৰা, retching. আঁতুলিয়া, অ, ধ, বাতি অহাৰ দৰে ওক- 67 PI, to retch. আঁঙে-আঁতে, ক্ৰি. বি. { অং. আঁত, নাড়ী) নাড়ীয়ে-নাড়ীয়ে, মনে মনে, হাৰে বাৰে, internally, secretly. আঁতৃকৰালী, স. শ. (আঁতু, নাড়ী+কল, কামোৰ খাই ধৰা বস্তু) এবিধ পেট কামোৰা ৰোগ, তাক মানুহে ভূত বুলি ভাবে; নিন্দাৰ্থত) কৃপণ মানুহ, an evil spirit supposed to cause a griping pain in the stomach; a miser. আঁৰু, স. শ, এবং, আড়, ভজ) উজ, বেঁকা- গুণ; যেনে, শলাটোৰ আঁৰ আছে; যন্ত্ৰ বিগৰা; যেনে, ঘড়ীত আঁৰ লাগিছে, { লক্ষণাৰ দ্বাৰা ৰোহ, ঠেহ; যেনে, তেওঁত বেগতে আঁৰ লাগে, a bend, it crook, a derangement in machinery displeasure, falling out. আঁৰ, স. শ. {সং. অন্তৰাল, হিং, আছু, ৱ- ধান ) ঢাকনী, যি বস্তুৱে আন কোনো বস্তুত মানুহৰ চকু বা ৰদ আদি নপৰাকৈ atce, a screen, that which sercens or hides anything. আঁৰ-কাপোৰ, স. শ. (অ. শাৰ, ঢাকনী+ কাপোৰ, বন্ধু ) আঁৰ দিয়া কাপোৰ, a screen of cloth. আঁৰবেৰ, স. শ. (অৎ, আঁৰ, ঢাকনী+বে, চাৰিও ফালৰ ঢাকন) আৰৰণ, ঢাকনী, a screen, something that screens or obstructs the vicw. আঁৰে আঁৰে, ক্ৰি. বি. { অং. আঁৰ, ঢাকন। ঢাকি থকা বস্তুৰ সিফালে; যেনে, হাবিৰ আঁৰে আঁৰে যা, behind that, which screens or obstructs the view. আঁৱৰ, স. শ. (সং. অপপ্যা, মূছকছ অৱৰি, যোত ৰোগ) মূছকছ যোৱা ৰোগ, a falling sickness, epilepsy. আঁৱৰীয়া, বি. মুচ-কঁচ যোৱা ৰগে ধৰা, suffering from a falling sickness. আঁহ, স. শ. (সং. অংশু, হিং, ব, আঁশ, মিহি তা) মঙ্গহ বা গছৰ ছাল আদিৰ মিহি সূতৰ নিচিনা ভাগ, fibre. আঁহতু, স. শ. (সৎ, অশ্বথ, এবিধ গছ) হিন্দু জাতিৰ এবিধ পবিত্ৰ গছ, the repul tree ( Fiens religiosa). আহ-পাহ, স. শ. (আঁহ, শিৰ + পাহ, অনুৰূ.) গাৰ শিৰ আদি; যেনে, গা ধুলে ক্লাহ- পাহ মুকলি হয়, fibres and muscles (of the body). আঁহীয়া, বি. {সং. মাংসীয়, মাংস সম্বন্ধীয়; বং, অষ্টে, কেঁচা মঙ্গহৰ দৰে কেঁচা মঙ্গইৰ দৰে গোন্ধোৱা, কেচেমা-কেচেম্, having the sinell of raw flesh or fish. আৰ্কও, ক্ৰি. বি. (অ. এক+ও, আৰু) আৰু এবাৰ, পুনৰায়, again, onee more. আকংক্ষা, স. শ. আকাংক্ষা শব্দৰ অপভ্ৰংশ। আকটা, বি. { অ, আ, ন+ কটা, ছেদ কৰা অৰ্থাৎ তেৰে চোৰাব নোৱৰা) মুখ বেয়া লগা, বিসসাৱাদ; এতেকে ঘিণ 789, of a disgusting taste, nau- suous; having no hatred or an avcrsion. আকণ্ঠ, ক্ৰি. বি. (সং, আ, পৰ্য্যন্ত+ কষ্ট, ডিঙ্গি) পেটৰ পৰা ডিঙ্গিলৈকে; যেনে, সি আকণ্ঠ পূৰকৈ ভাত খায়, up to the throat. আক, স. শ. (সৎ, অৰ্ক বং, আকন্দ, এবিধ গ) বগা আঠা ওলোৱা এবিধ গছ, the swallow-wort. আকবিন্ধী, স. শ (সং. অৱিদ্ধকৰ্ণী; বং, আনাধী, এবিধ লত) টুবুকী লতা, এবিধ বগা আঠা-ওলোৱা লতা, a spe- cies of crceping plant. (Cisampelos hexaneria). আকৰ, স. শ. (সং. আ, উপস-+ক, ক) কোনো বস্তু উৎপন্ন হোৱা ঠাই; a minc. আকৰ্ষক, কৃদ স. (সং, আ, উপস+কষ, টান টানোল, যি টানে, an attractor.