পৃষ্ঠা:হেমকোষ.pdf/৯৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সান্দৱা। । খাদ্য ) উজ। চাউল খুন্দি কৰা এবিধ খাদ্য, Foté, coarse powder of parched rice, pulverized parched rice. সাহুৱা, বি. সান্দহ সম্বন্ধীয়, সানহৰ; যেনে, সালহুৱা চাউল, jertaining to the above. সান্দি, স, শ. (সং, সন্ধি, জোৰা। অনেক বস্তুৰ মাজ, সহজে সোমাব নোৱৰাই; যেনে, পেড়াটো সালিত আছে, উলিয়াব Grafa, the midst of a crowd of things, a place difficult of access. সান্নিপাতিক, বি. {সং. সান্নিপাতিক-সন্নি- পাত, ত্ৰিদোষ } বাত, পিত্ত, কফ, এই তিনি ধাতুৰ বিকাৰৰ পৰা হোৱা; যেনে, Ayferito , caused by a morbid state of the three humours of the body. See ধাতু। সানমিহলি, বি. (অং সান, মিশ্ৰিত ক + মিহলি, মিশ্ৰিত মিশ্ৰিত কৰা, মিহলোৱা, একে লগ কৰ! ( অনেক বিধৰ বন্ধু একে জগ হোৱাত খাটে); যেনে, ধানবো ya firefo **, mixed up. সাপ, স. শ. (সং. সৰ্প, এবিধ উগ) এবিধ ঠেং নথকা দীঘলীয়া বুকেৰে বাট বুলা জন্তু; তাৰ অনেক উপজাতি আছে, আৰু কোনো কোনো বিধ বিশাল, a snake, a serpent. সাবট, স, ধা (ব. সাপটান, একে লগ কৰণ) আঁকোৱালি ধৰ, মেৰাই ধৰ, to clasp, to embrace, to entwine. 57. T. আলিঙ্গন, আঁকোৱাল, আদৰ কৰি দুয়ো বাহৰে মেৰাই ধৰণ, an embrace or laug. সাবটি ধ, সাবটু মাৰি ধৰু, আঁকোৱাল মাৰি ধ, দুয়ো বাহুৰে মেৰাই ধৰ, to embrace, to hug সাবটা-বটি, স, শ. এজনে আন এজনক কোৱাল মাৰি ধৰা কাৰ্য, mutual embrace. সা, স, শ, (সৎ সামসসা, সামুদ্ৰিক। বেদৰ তৃতীয়খান; ভাত দেৱতাৰ সুতি বিলাক গীতৰ স্বৰেৰে লিখা হৈছে, the third of the Vedas. সামঞ্জী, স, শ, (সং. সামগ্ৰীসম, সকলে) সকল প্ৰকাৰৰ বস্তু, দ্ৰব্য, বস্তু, a thing, an article, provision. সাময়ি, বি. (সং সাময়িক-সময়, কাল) কোনো এক বিশেষ সময়ত হোৱা, periodical. সামৰ, স, ধ. (সং. সম্বৰণ, ঢাকি থোকা কাৰ্য) পেড়া আদিৰ ভিতৰত সুমাই ভাল- ৰূপে ৰাস্থ; যেনে, কাপোৰবিলাক সামৰি থো; চপাই কেঁচাই ভালকৈ ল; যেনে, কাপোৰখান ওলমি গৈছে সামৰা, to keep carefully, to lay away, to put on properly, as clothes. সামৰণ, কদ, স. সামৰি থোকা কাৰ্য্য, thic act of kceping carefully. F. আৱশ্যক হলে ব্যৱহাৰ কৰিবলৈ সামৰি খোৱা; যেনে, সামৰণ কাপোৰ, kept for use when occasion requires, not generally usel, extra. সামৰ্থ্য, স, শ, { সং. সামৰ্থ্য-সমৰ্থ, শক্তি- মন্ত) শক্তি, ক্ষমতা, ability, power. সামাজিক বি. (সং. সামাজিক - সমাজ, সভা) সভা বা মনুষ্যসমূহ সম্বন্ধীয়; যেনে, সামাজিক নিয়ম; সমাজত থকা, সমাজক ভাল পোৰ; যেনে, সামাজিক Conto, pertaining to society, social. সামান্য, বি. (সং. সামান্থ-সমান, আনৰ তুল্য } আনতকৈ বিশেষ নোহোৱা, সাধা- ৰণ, ইতৰ, conimou, ordinary. সামাতা, গু. শ. সাধাৰণ গুণ, common- Dess. সামি, বি. (সৎ, সামিষস, সৈতে+ আমিষ, মঙ্গই) মাছ বা মন্দহযুক্ত; যেনে, সামিষ ভোজন, consisting of flesh or fish. সামুপ্ৰিক, স, শ, সৎ, সামুদ্ৰিক -- সমু, মানুহৰ গাৰ শুভাশুভ চিন) হাত বা গাৰ আন কোনো ভাগ কা চিন . আম-বেদ} ,