পৃষ্ঠা:হেমকোষ.pdf/৯৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাৰাংশ দ্বাৰা মানুহৰ শুভাশুভ কৰ পৰা বিদ্যা, palmistry, সাম্প্ৰ, ক্ৰি. বি. (সং, সাম্প্ৰত--স’+ প্ৰ, উপস.+তন, বিস্তৃত কৰ) এতিয়া, সম্প্ৰতি, now, at present. সাক্ষল, “সফল’ শব্দৰ অপভ্ৰংশ। সাৎসৰিক্‌ বি. (সং. সাম্বৎসৰিক -সম্বৎ- সৰ, এবছৰ) বছেৰেকীয়া, বছৰত এবাৰ হোৱা; যেনে, সাম্বৎসৰিক শ্ৰাদ্ধ, yearly, annual. সাম্-বৈদ, ‘সাম্" চোৱা। সাম্যতা, গু. শ. ( স.. সাম্যতা • সাম্য, সমান গুণ ) সমতা, সমান গুণ বা অৱস্থ; যেনে, তোমাৰ আৰু মোৰ ভিতৰত কোনো ate, equality, sameness. সামাজ্য, ২. শ. (স. সাম্ৰাজ্য ---- সম্ৰাজ, চক্ৰবৰ্তী ৰজা চক্ৰবৰ্ত্তী ৰজাৰ দেশ, an empire. সায়ংকাল, স. শ. (সং. সায়ংকাল সায়ং, গধূলি + কাল, সময়) গধূলি বেলা evening. সায়ংসন্ধ্যা, স, শ. {স, সায়ংসন্ধু। সায়, ঐ + সন্ধ্যা, গধূলিৰ উপাসনা) গধূলি কৰা সন্ধা, গধূলি বামুণে কৰা CHIUYT Tatati, evening worship. সায়, স. শ. (সং. সায়ক * সো, নাশ ক) শৰ, ঝড়, an arroxy. সাযুজ্য, স. শ. { সৎ, সাযুজ্য—স, একে লগে যু, লগ লগ) পৰমেশ্বত লয় পোৰ মুক্তি, নিৰ্ব্বাণ-মুক্তি, union, es- ] pecially the ultimate reabsorption of the soul in the Divine essence. (Haughton). সা, বি. (সং. সাৰ, গতি কৰ) অতি প্ৰয়োজনীয়, উত্তম, প্ৰধান, ঘাই; যেনে, . সাৰ কথা, essential, principal, স. শ. খাই বা অতি লাগতিয়াল ভাগ, প্ৰধান অংশ, অতি উত্তম ভাগ; এতেকে গছৰ মাজৰ টান ভাগ, the essence of any- thing, the substance or material part, the heart of a tree. সাৰ কৰ, অতি লাগতিয়া বা প্ৰধান বুলি, গ্ৰহণ কৰ; যেনে, “যেতিয়াৰ যি কথা ut #fiat #ta," to take as the most csscntial or inportant thing. সাৰ ফুট, গছৰ মাজ ভাগ টান হ, to have a heart, as a truc সাৰ, স. শ. (সং. সাৰ, অতি লাগতিয়াল বস্তু; শস্যৰ নিমিত্তে বৰ প্ৰয়োজনীয়, এতেকে হিং, বং. শস্যত দিয়া গোবৰ আদি) শস্য বঢ়াৰৰ কাৰণে দিয়া গোবৰ আদি, manur. সা, স. শ. (স’, স্, বৈ পৰপুৰুষৰ বীৰ্য ৰৈ থকা ৰোগ; তিৰোতাৰ যোনিৰ পৰা বগা বীজল ওলোৱা ৰোগ; অধিক 17 catst, spermatorrhamil, whites, liabetes. সাৰ, স, শ, (বু সড, চেতন!) ছুলে বা কোনো বস্তু গাত লাগিলে হে বোধ; যেনে, জাৰত গত সাৰ নথকা হল; চেতন, টোপনীৰ অভা, sensation, wakefulnexs. মা প, জাগ্ৰত হ, to avake. সাৰ, অ. বা. (স. *, গতি কৰ) ৰক্ষা পৰ, আপদৰ পৰা উদ্ধাৰ পা; যেনে, অপদৰ পৰা সাৰিলো, to escape. স. ধ. শোট। বা বাঢ়নীৰে পৰিষ্কাৰ কৰ; যেনে, ঠাই 714, to sweep সাথি, স. শ. (সং. সাৰথি কৰ; ৰথক গতি কৰায় বা চলায়, এতেকে) ৰং চলাওঁতা, এতেকে সহায়, সঙ্গী, a chariotour, a lelper, a companion. সাদা, স. শ. (সং. সাদা----সাৰ, ধাই বস্তু অৰ্থাৎ বিদ্যা+ দা, দান কৰু) সৰস্বতী, the godiless of speech. সাৰ, স, শ, (স. সাস—স, সৰোবৰ, ভাত পাকে, এতেকে } এবিধ বগ, বধ ast, a large kind of heron, সাৰাংশ, স, শ. (স. সাৰাংশ সাৰ, প্ৰধান + অংশ, ভাগ ) ঘাই ভাগ, প্ৰধান বা লাগতিয়াল ভাগ, essence, principal. or essential urt. ২, গতি