পৃষ্ঠা:হেমকোষ.pdf/৯৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সান্দহ। সাধক। সাধকৃ, স. শ. (স.) সিন্ধি কৰো, পূৰ্ণ কৰোগ, ফল দিওঁতা; যেনে, পৰিশ্ৰম সুখৰ সাধ; দেৱতাক উপাসনা কৰি অনুগ্ৰহ পোৱা লোক, সিদ্ধ পুৰুষ, who or what accomplishes or effects, one who obtains his object through acts of devotion. সাধ, ক্বদ, স. সিদ্ধ বা পূৰ্ণ কৰণ; আৰাধন। কৰণ; শব্দ বা ধাতুৰ পদ কৰণ, te at: of accomplishing, worshipping or declining nouns or conjugating verbs. সাধনা, স. শ. দেৱৰ আৰাধনা, উপাসনা; Fiore, fwarts, the act of worship- ping ur supplication: সাধনি, স. শ. ৰাজহ সধা বিষয়া, a tax- gatlacrer. সাধাৰণু, বি. (সং. সাধাৰণ—স, একে লগে + ধ, ধাৰণ ক} অনেকৰ সূত্ব থকা, উমৈহতীয়া; যেনে, আমাৰ সাধাৰণ সম্পত্তি; অনেক চলা বা খটা; যেনে, সাধাৰণ নাম; এতেকে সামান্য, ইতৰ, সুলভ; যেনে, সাধাৰণ মানুহ, belong ing to many, general, common, ordinary . সাধু, বি. (সং. সাধু—সাধু, সিদ্ধ ক) পুণ্যাত্মা, সন্ত, ধৰমী; শুদ্ধ, পণ্ডিত লোকে ব্যৱহাৰ কৰা (ভাষাভ খাটে); যেনে, সাধু ভাষা, pious, virtuous, pure, classical, as a language. 7. 4.770 লোক, কাম ক্ৰোধাদিক বশ কৰোতা, a saint. . সাধু-কথা, স, শ. (সং. সাধু, সন্ত+কথা, উপাখ্যান; সন্ত সকলে কয়, এতেকে), কোনো এটা উপদেশ দিবৰ কাৰণে সন্ধা কথা; উপকথা, সঁচা বা মিছা পুৰণি উপাখ্যান, a moral tale, & fable, & story. লাধুতা, গুম- সাধুৰ গুণ বা স্বভাৱ, piousness, goodness. সাধোয়া, ক, স. (অং সাধু, চো যি সাধে, দিব লগীয়া ধন খোজো, an accomplisher, ve who asks for payment of money (uc. (1) সাধতী। সাধ্য, বি. { সং. সাধ, সিদ্ধ কৰ) সিদ্ধ কৰিব পৰা, পূৰ্ণ হব পৰা; যেনে, সাধ্য কথা হে হাত দিব লাগে, accomplishable, attainable. , শ, শক্তি, ক্ষমতা; যেনে, কৰিবৰ সাধ্য নাই, ability, Tower, সাধ্য-মানে, ক্ৰি. বি. শক্তি অনুসাৰে, পৰা যায় মানে; যেনে, সাধ্য-মানে দান farct, as much as can be done, to the uilinost. সাধাহীন, বি. সাধ্য বা শক্তি নথকা, অপাৰগ, incapable. সাধ্যাতীত, বি. (সং. সাধাৰ্তীত • সাধ্য, শক্তি + অতীত, গত) সাধ্যৰ অতিৰিক্ত, শক্তিৰ বাহিৰ কৰিব নোৱৰা, lycyond one's ability or strength. সাধ্বী, বি. (সং. সাধ্বী, সাধু শব্দৰ স্ত্ৰীলিঙ্গ) সতী, স্বামীত ভক্তি কৰা, ধৰ্ম্মত ৰত, chaste, virtuous. 4. *. Afegy তিৰোতা, সতী, a clauste or virtuouts Woman. + সা, স, ধা. {হিং. সান্না, মিহল) মিহলি কৰু, হাতেৰে ফেনেকি লগ লগ; যেনে, গাখীৰেৰে চিৰ সানিছে; ঘঁহি দি, লগাই দি; যেনে, বাৰত চূণ সানে, to knead, to mis with the hand, to smcar. সান, কৃদ, স, সন৷ কাৰ্য, the act of kneading, &c. সানুনয়, বি. (সং. সানুনয়-~স, সৈতে+অনু- নয়, বিনয়) বিনীত, নম্ৰতাৰে যুক্ত; যেনে, সানুনয় নিবেদন, liumble, reg- pectful. . সানোতা, ক. স. (অং সান, মিলা) ফেনেকি মিহলাতা; ঘঁহি দিওঁতা, one who kneads or (স্ত্ৰী) সানী। সানা, “মা” চোৱা। সাহু স. শ. (ব, সন্দেশ, এবিধ মিঠা smcars.